ফটাঢোল

কৌতুক – উৎপল শৰ্মা

দৰা ঘৰৰ মানুহ: ভন্টি কিবা সুধিব লগা আছে যদি সুধি লোৱা,লাজ কৰিব নালাগে??

ছোৱালী: আপোনালোকে চাহৰ লগত দিয়া ছিঙৰা নাখালে দেখোন, মই খাই দিওঁ নে??

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *