ফটাঢোল

অবৈধ বাংলাদেশীৰ সমীপেষু! – প্ৰাঞ্জল শইকীয়া

খিলঞ্জীয়া নহয় যদি কিয় তুমি কন্দা?

তাতকৈ তুমি টালি টোপোলাকেইটাকে বান্ধা

ঘূৰি গৈ নিজ দেশলৈ

ভাল কামত ধৰা খাবলৈ

এৰি দিয়া কাঁটা তাঁৰ পাৰ হোৱাৰ ধাণ্ডা ।

 

নিজা ঘৰ থাকিও তহঁত অসমলৈ আহ কিয় ?

বেআইনী সকলো কামতেই তহঁতৰ চকু থিয়

কৰিমেই তহঁতৰ উচ্ছেদ

খিলঞ্জীয়াৰ নহ’ব বিচ্ছেদ

থলুৱাৰ বাহিৰে তহঁতক আৰু ইয়াত হ’বলৈ নিদিওঁ থিয় ।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *