ফটাঢোল

কৌতুক – পল্লৱী কলিতা

এটা ৰোমাণ্টিক গধুলি!

মই: তুমি মোক কিমান ভাল পোৱা?

অভিজিত দা: সৌ আকাশৰ তৰা যিমান মই তোমাক সিমান ভাল পাওঁ জানা৷

মই: কিন্তু আকাশত আজি এটাও তৰা নাই দেখোন?

অভিজিত দা: উমম!! একজেক্টলি !!!!

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *