তুমি (ভোট জলকীয়া) – কমলা দাস
মোৰ বাগিচাৰ মাছৰ কাৰ্টুনত
তুমি লহপহকৈ বাঢ়িছিলা।
তোমাৰ অসাধাৰণ পুৰনিৰ গুুুণেৰে
উদ্ভাসিত হৈ লমালমে ডাল ভৰি লাগিছিলা।
তোমাৰ সুন্দৰ গোন্ধ আৰু ফৰফৰণি
ভোকৰ ভাত কিটাৰ সৈতে লৈছিলা মোৰ পেটত জিৰণি।
তোমাৰ এচিকুট নহ’লে
ভাতকিটাই পেটলৈ যাবলৈ মন নকৰে।
বহুতো আছে চাগৈ মোৰ দৰে “তোমাৰ” খকুৱা
এতিয়া সকলোৱে বিচাৰি আছেচোন খাবলৈ “ঘৰুৱা”!
☆★☆★☆
11:44 am
হা হা,ভোট জলকীয়াৰো মহিমা।
2:49 pm
মজ্জা । ভোট জলকীয়াৰ কবিতা ।
ফৰফৰাই গ’ল ।
12:25 pm
ধন্যবাদ জনালো
7:13 pm
ভোট জলকীয়াৰ গুণৰ মহিমা
7:21 pm
ধন্যবাদ