ফটাঢোল

ফটা-কৌতুক – তাবিবৰ ৰহমান

পতি: ৰাতিপুৱাই ৰাতিপুৱাই ভাতৰ লগত শিল পালোঁ। ভগৱানে অমৰা গুটিৰ দৰে ডাঙৰ ডাঙৰ দুটা চকু দিছে। শিল কেইটাও চাউলৰ পৰা বাছি উলিয়াব নোৱাৰা নে?

পত্নী: ভগৱানে আপোনাকো লোৰ দৰে বত্ৰিশটা দাঁত দিছে। শিল কেইটাও চোবাই খাব নোৱাৰে নে?

পতি বেহুচ পত্নী খুচ।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *