ফটাঢোল

কৌতুক — ৰিতন বৰুৱা

ট্ৰেফিক পুলিচ : আপোনাৰ গাড়ীৰ কাগজ পত্ৰ আছে নে ?

ড্ৰাইভাৰ : আছে ।

ট্ৰেফিক পুলিচ : লাইচেঞ্চ ?

ড্ৰাইভাৰ : নাই

ট্ৰেফিক পুলিচ : কিয় ? আপুনি লাইচেঞ্চ নোহোৱাকৈ ৰাজপথত গাড়ী চলাই নীতি বৰ্হিভূত কাম কৰিছে, আপুনি জানেনে ?

ড্ৰাইভাৰ : হয় জানো, কিন্তু আপোনাৰ অচিনাকি ভাগিনে মোৰ পইচা বেগসহ লাইচেঞ্চখনো পকেট মাৰি লৈ গ’ল, মই কি কৰো !!

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *