ফটাঢোল

পৰম জ্ঞান – হিৰণজ্যোতি দাস

পত্নী : তুমিহে কোৱা মই বুঢ়ী হৈছোঁ‌৷ মোৰ আগৰ ৰূপ-সৌন্দৰ্য আৰু নাই৷ কিন্তু তোমাৰ বন্ধু এজনে কালি মোৰ খুব প্ৰসংশা কৰিলে।

পতি : ই বেটা ওচমান ভাই হ’ব৷

পত্নী: আৰে হয়তো, তুমি কেনেকৈ জানিলা!

পতি: সি আগতে ভঙা-ছিঙা পুৰণি বস্তুৰ ব্যবসায় কৰিছিল।

☆★☆★☆

One comment

  • ডলী তালুকদাৰ

    হাঃ হাঃ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *