পৰম জ্ঞান – হিৰণজ্যোতি দাস
পত্নী : তুমিহে কোৱা মই বুঢ়ী হৈছোঁ৷ মোৰ আগৰ ৰূপ-সৌন্দৰ্য আৰু নাই৷ কিন্তু তোমাৰ বন্ধু এজনে কালি মোৰ খুব প্ৰসংশা কৰিলে।
পতি : ই বেটা ওচমান ভাই হ’ব৷
পত্নী: আৰে হয়তো, তুমি কেনেকৈ জানিলা!
পতি: সি আগতে ভঙা-ছিঙা পুৰণি বস্তুৰ ব্যবসায় কৰিছিল।
☆★☆★☆
6:10 pm
হাঃ হাঃ