ফটাঢোল

কৌতুক – নিয়ৰ

সেইদিনাখন ডিব্ৰুগড়লৈ গৈছিলোঁ বাছত। মৰাণত মানুহ দুগৰাকী উঠিল। ছিট খালি আছিল এটা। দুয়ো আকোৰগোঁজ দুয়োকে বহিবলৈ লাগে। কিছু সময় তেনেকৈয়ে চলি থাকিল কাজিয়া। ওচৰতে তেনেকৈ কাজিয়া লাগি যোৱা বাবে সহ্য কৰিব নোৱাৰি মই লাহেকৈ ক’লোঁ,

: আপোনালোকে ইমানকৈ কাজিয়া লগাত কৈ এটা কাম নকৰে কিয়?? বয়সস্থ গৰাকী বহি লওক।

বিশ্বাস কৰক ডিব্ৰুগড় লৈকে ছিটটো খালি হৈয়ে গ’ল।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.