ফটাঢোল

কৌতুক – সৌৰভ শৰ্মা

শইকীয়াঃ কি হ’ল গৰু গাড়ী কিনিলি যে ?

মহন্তঃ নাই মানে, মোৰ গাড়ীৰ সমুখত বান্ধি দিম। গাড়োৱানে এইখন চলালে মোৰ খনো চলিব।

☆★☆★☆

Leave a Reply

Your email address will not be published.