ফটাঢোল

ডলী ক্ৰিয়েচনৰ নৱম নিবেদন- ছবি: মৰমী ভাৰাতীয়া- ডলী তালুকদাৰ

  পৰিচালনা, প্ৰযোজনা, কাহিনী, চিত্ৰনাট্য, সংলাপ, সংগীত ডলী তালুকদাৰ কেমেৰা: বাপুকণ লাইট: পুতুকণ স্পট বয়: পোণাকণ অভিনয়ত: সুকুমাৰ গোস্বামী, বিকাশ দত্ত, জয়ন্ত দাস, দেৱজিত শৰ্মা, পূৰবী বৰুৱা, ভাস্কৰজ্যোতি দাস, হিমাংশু ৰাজখোৱা, কমলা দাস, বিজয় মহন্ত, প্ৰণীতা গোস্বামী বৰঠাকুৰ, ডলী তালুকদাৰ। সুকুমাৰ গোস্বামী: দিনেশ দাস(ভাৰাঘৰৰ মালিক) জয়ন্ত দাস: মহেশ কলিতা(চুবুৰীয়া কলিতাৰ) দেৱজিত শৰ্মা: কৃষ্ণ ভাস্কৰজ্যোতি দাস: কুন্তল মহাজন বিকাশ দত্ত: জ্যোতিশ হিমাংশু ৰাজখোৱা: ৰাজেশ দোকানী বিজয় মহন্ত: মহেশ কলিতাৰ ঘৰৰ ভাৰাতীয়া বাব্লু কমলা দাস: দিনেশ দাসৰ ডাঙৰ বায়েক (জিকিমিকি) প্ৰণীতা গোস্বামী

Read more

ডলী ক্ৰিয়েচনৰ অষ্টম নিবেদন- ছবি: এক চে বঢ়কৰ এক- ডলী তালুকদাৰ

পৰিচালনা, কাহিনী, সংলাপ, সংগীত, কণ্ঠ, নৃত্য পৰিচালনা : ডলী তালুকদাৰ সহ পৰিচালনা : পাৰ্থপ্ৰতীম শৰ্মা প্ৰযোজনা : ৰামানুজ গোস্বামী কেমেৰা : আদিত্যজ্যোতি বৰঠাকুৰ লাইট : ভাস্কৰজ্যোতি দাস একচন : হৃষীকেশ ডেকা ছবিৰ পোষ্টাৰ ডিজাইনাৰ : ভাস্কৰজ্যোতি দাস অভিনয়ত : হেমন্ত কাকতি, দিপাঙ্কৰ চৌধুৰী, ধূৰ্জ্জটি কাকতি, নিৰ্মালী বৰমূদৈ, নীলাক্ষি কাকতি, নয়নমণি হালৈ, ৰাজশ্ৰী শৰ্মা, ৰিণ্টুমণি দত্ত, ৰিমজিম বৰঠাকুৰ, দেৱজিত শৰ্মা, অভিজিত কলিতা, চবিনা ইয়াছমিন, প্ৰণীতা গোস্বামী বৰঠাকুৰ, পূৰ্ণময়ী মেধী হেমন্ত কাকতি : ধনীৰাম বৰুৱা নীলাক্ষি কাকতি : লক্ষী (ধনীৰামৰ পত্নী) নিৰ্মালী

Read more

বিবাহকাণ্ড ড্যা বিগিনিং-পৰশ মণি শৰ্মা৷

কাহিনী-চিত্ৰনাট্য সংলাপ : পৰশ মণি শৰ্মা৷ প্ৰযোজক আৰু সহ পৰিচালক : মহাজন৷ হেকাস্মতী সাম্ৰাজ্য৷ ৰাজদৰবাৰৰ কাম-কাজ চলি আছে৷ প্ৰথম দৃশ্য : কটক-কাটাক শব্দ কৰি খৰম পিন্ধা বৰলা ব্ৰাহ্মণ ৰূপী দেৱজিত (দেৱজিত শৰ্মা) আগ বাঢ়ি আহিছে হেকা ৰজাৰ (হেমন্ত কাকতি) ৰাজ সভালৈ আৰু হাতত তেওঁৰ এটা ঘটি। সোমাই আহি ব্ৰাহ্মণে ৰজালৈ চায়, : মহাৰাজ মই এহেজাৰ বছৰ তপস্যা কৰি আজি শুভ ফল পায় আপোনাৰ ওচৰলৈ আহিছোঁ। ৰজা টু ব্ৰাহ্মণ : ৰাজন, আপুনি এহেজাৰ বছৰ তপস্যা কৰি কি ডাল শুভ ফল পালে

Read more

কোভিড-19…….escape of the giants- ভাস্কৰজ্যোতি দাস

দৃশ্য এক পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় ৬২৮.৩ মিলিয়ন কিলোমিটাৰৰ আঁতৰত থকা বৃহস্পতি গ্ৰহৰ এটা উপগ্ৰহ কেলিষ্ট’৷ এই কেলিষ্ট’ৰ এটা ৰঙা পাহাৰৰ এটা সুৰঙ্গৰ ভিতৰত থকা এটা লেবৰেটৰীৰ দৃশ্য৷ এটা দীঘল কৰিডৰ৷ কৰিডৰটোৰ সোঁৱে-বাঁৱে কিছুমান কক্ষত বিভিন্ন ডিজাইনৰ এলিয়েন কিছুমানে কিছুমান টেষ্ট কৰাত ব্যস্ত৷ এটা চালিয়া চেহেৰা আগবাঢ়িব৷ সেইটো ভাগৱত পৰশমণি শৰ্মা৷ নিজৰ মালিকৰ ওচৰলৈ গৈ আছে৷ বুকুৰ মধ্যভাগত থকা এটা বুটাম টিপি দিয়াৰ লগে লগে এটা যন্ত্ৰ সক্ৰিয় হ’ব৷ ফলত কৰিডৰটোৰ এখন এখনকৈ দৰজা অটোমেটিক খুলি যাব৷ শেষৰ দৰজাখন খুলি

Read more

ডলী ক্ৰিয়েচনৰ সপ্তম নিবেদন- ছবি: জোঁৱাই কইনা চাব যায়-ডলী তালুকদাৰ

কাহিনী,পৰিচালনা,প্ৰযোজনা,চিত্ৰনাট্য,সঙ্গীত পৰিচালনা,একচন,সংলাপ ডলী তালুকদাৰ। সহ পৰিচালনা:সোনটো ৰঞ্জন বৰুৱা লাইট: টবিবৰ ৰহমান কেমেৰা:দেৱজিত শৰ্মা স্পট বয় দিম্পল কলিতা অভিনয়ত: অভিজিত কলিতা,গৌৰী শংকৰ শৰ্মা,মাধব দাস,পল্লবী কলিতা,বৰ্ণালী  বৰমূদৈ, কমলা দাস,কাবেৰী মহন্ত,জিতু শৰ্মা, পাৰ্থ প্ৰতীম শৰ্মা,মিনতি মহন্ত,দেৱজিত শইকীয়া। অভিজিত কলিতা( প্ৰেমেশ্বৰ) পল্লবী কলিতা( প্ৰেমদা) জিতু শৰ্মা( হাজৰিকা কেৰাণী,প্ৰেমদাৰ দেউতাক) কমলা দাস( হাজৰিকানী, প্ৰেমদাৰ মাক) গৌৰী শংকৰ শৰ্মা( ভৃগু কুমাৰ এজ বি.কে, পল্লবীৰ ভায়েক) কাবেৰী মহন্ত( প্ৰেমদাৰ মাহীয়েক আৰু হাজৰিকাৰ খুলশালী পদুমী) মাধৱ দাস( কমল, প্ৰেমী হোটেলৰ মেনেজাৰ কাম ৱেইটাৰ কাম মালিক) পাৰ্থ প্ৰতীম শৰ্মা(

Read more

হাম ত’ মহব্বত কৰেগা- শঙ্কৰজ্যোতি বৰা 

সদাব্যস্ত নগাঁৱ কলেজ চাৰিআলি৷ ভীষণ জাম৷ চাৰিওফালে ৰাস্তাত গাড়ী জমা হৈ গৈছে৷ ষ্টেট বেংকৰ দিশৰ পৰা দ্ৰোণ কেমেৰাই জাম লাগি থকা গাড়ীবোৰৰ ওপৰেদি চাৰিআলিৰ দিশত মুভ কৰিব৷ লাহে লাহে কেমেৰাই চাৰিআলি পোৱাৰ লগে লগে দৰ্শকে দেখিব এজন যুৱকৰ লগত এজাক ল’ৰাৰ মাৰপিট৷ কেমেৰাই যুৱকজনক পিছফালৰ পৰাই ফল’ কৰিব৷ পোন্ধৰ বিছজনীয়া দলটোক যুৱক জনে অকলেই ইটোৰ পিছত সিটোক ওফৰাই ওফৰাই মাৰি থাকিব৷ হঠাৎ দুজনে যুৱকক পিছফালৰ পৰা গবা মাৰি ধৰিব৷ আগফালৰ পৰাও সেই সুযোগতে আন দুজনে তেওঁক গবা মাৰি কৰায়ত্ব কৰাৰ

Read more

খোজ খাজানা খোজ – ডলী তালুকদাৰ

ডলী ক্ৰিয়েচনৰ ষষ্ঠ নিবেদন ছবি : খোজ খাজানা খোজ কাহিনী, সংলাপ, পৰিচালনা, সংগীত পৰিচালনা : ডলী তালুকদাৰ কৰিঅ’গ্ৰাফী : পল্লবী কলিতা মেকআপ : প্ৰণীতা গোস্বামী বৰঠাকুৰ একচন : ৰামানুজ গোস্বামী অভিনয়ত : হেমন্ত কুমাৰ কাকতি (প্ৰিঞ্চিপাল কটকী), অভিজিত কলিতা (প্ৰফেচাৰ শৰ্মা), চিদানন্দ বৰা (ৰঞ্জিত), জিতু শৰ্মা (নগেন), দেৱজিত শইকীয়া (সুনীল), দেৱজিত শৰ্মা (কনক), নয়নমণি হালৈ (ডিম্বেশ্বৰ), দিম্পল কলিতা (ছোটু), দিপাঙ্কৰ চৌধুৰী (ডেনী) নীলাক্ষি দেৱী ডেকা (গীতা), নিৰ্মালী বৰমুদৈ (চুইটি), ৰাজশ্ৰী শৰ্মা (গোলাপী ওৰফে ৰোজী) ৰোমাণ্টিকদ্বয় : ৰিণ্টুমণি দত্ত (চানী), ৰিমঝিম

Read more

গোলমাল : অৰবিন্দ গোস্বামী

ফটাঢোল RASDS#চিনে#প্ৰডাকশ্বনৰ#নিবেদন—- কাহিনী,চিত্ৰনাট্য আৰু পৰিচালনা:অৰবিন্দ গোস্বামী সহ পৰিচালনা:প্ৰৱাল খাটনিয়াৰ সঙ্গীত পৰিচালনা:অলকেশ ভাগৱতী কণ্ঠ—অভিজিত কলিতা আৰু ইলি তালুকদাৰ কাষ্টিং ডিৰেক্টৰ:অভিজিত কলিতা একশ্বন:পূৰ্ণ চুতীয়া কাৰ্টুন:ৰাস্না বৰা এডিটৰ:দিগন্ত ভট্টাচাৰ্য্য স্পট বয়:ৰক্তাভ কুমাৰ স্পট গাৰ্ল:কাজল প্ৰিয়া কষ্টিউম:ৰিমঝিম বৰঠাকুৰ কেমেৰা:ৰিণ্টুমণি দত্ত কৰিঅ’গ্ৰাফাৰ:সঞ্জীৱ ভট্টাচাৰ্য্য লাইট:পাৰ্থ প্ৰতিম শৰ্মা অভিনয়ত :খনিন্দ্ৰ ভূষন মহন্ত (দৰা খনিন) ভাস্কৰ বৰডেকা(দৰাৰ বন্ধু–ৱিকী) ডলী তালুকদাৰ(জেতুকী বৰ্মা) ৰাজশ্ৰী শৰ্মা(ভুৰ্ভুৰী আইতা) বিজয় মহন্ত(বায়ন ককা) অশোক হুজুৰী(ভকতি বুঢ়া) ডিম্পল (ট্ৰেক্টৰ চালক) চিদানন্দ বৰা(দেশীয় সুৰা বেপাৰী) মিচিং ডেকা(হেমন্ত কাকতি) পথিক(কমলা দাস) ॥ প্ৰথম দৃশ্য॥ ড্ৰোণ কেমেৰাই প্ৰথমে

Read more

ফেচবুকৰ চেলিব্ৰেটি – বৰ্ণালী এচ মূদৈ

RASDS Production presents কাহিনী,চিত্ৰনাট্য,সংলাপ,সংগীত: বৰ্ণালী এচ মূদৈ পৰিচালনা: ৰাজশ্ৰী শৰ্মা পৰিকল্পনা: ডলী তালুকদাৰ অভিনয়ত: বিজয় মহন্ত(বিজু দা) ভাস্কৰ বৰডেকা( ভদ্ৰলোক) কমলা দাস( দিপুৰ মাক) দিপাঙ্কৰ চৌধুৰী(দিপু) ৰক্তাভ কুমাৰ( বাচ কণ্ডাক্টৰ) নিৰ্মালী বৰমূদৈ( কৰিস্মা) তবিবৰ ৰহমান( বাচ ড্ৰাইভাৰ) ১ম দৃশ্য এটা ধুনীয়া ঘৰ দেখুওৱা হ’ব। তাৰপিছত বাৰাণ্ডাত আৰাম চকী এখনত মুখ ঢাকি বাতৰি কাকত পঢ়ি থকা দেখা যাব এজন লোকক। কেমেৰাই হঠাৎ কাষৰ টেবুলখনত তেওঁৰ ফোনটো ৰিং কৰা দেখাব। মানুহজনে এহাতেৰে ফোনটো ধৰিব আৰু কাণত লগাব। হেল্লো বুলি কোৱাৰ লগে লগে

Read more

“মৰম নদীৰ গাভৰু ঘাট” – কমলা দাস

  RASDS Production প্ৰেজেণ্টচ কাহিনী আৰু চিত্ৰনাট্য– কমলা দাস পৰিচালনা: – ডলী তালুকদাৰ পৰিকল্পনাঃ অভিজিত দত্ত পোষ্টাৰ ডিজাইন: ভাস্কৰজ্যোতি দাস আৰু পৰশমনি শৰ্মা অভিনয়ত – (এজাক হৰিণ, হৰিণী) হেমন্ত কাকতি: হৰিণৰ জাকটোৰ দলপতি তথা ৰজা নীলাক্ষী কাকতি: দলপতি তথা ৰজা হেমন্তৰ পত্নী ৰাণী হৰিণ৷ অভিজিত কলিতা: জেষ্ঠ হৰিণ তথা প্ৰধান মন্ত্ৰী ৰিণ্টুমনি দত্ত: জেষ্ঠ হৰিণ তথা প্ৰধান সেনাপতি ইলি তালুকদাৰ: জেষ্ঠ হৰিণী আৰু বিজয় ভৰালীৰ মাক চিত্ৰলেখা দেৱী: জেষ্ঠ হৰিণী ৰাস্না বৰা –জেষ্ঠ হৰিণী মন্দিৰা শৰ্মা: নায়িকাৰ মাকৰ বান্ধবী প্ৰণীতা

Read more
1 2 3 4 5 6 8