ফটাঢোল

মনটো খেলিমেলি কৰি থকা চিন্তাবোৰ –দিম্পল কলিতা

আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা মৰ্মে…
আজিকালি সকলো পৰিয়ালে এটা ল’ৰা আৰু এজনী ছোৱালী হ’লেই পৰিয়াল পৰিকল্পনা মানিবলৈ লৈছে…

যদি এনেকৈয়ে সহাৰি জনাই ৰাইজে…
ইয়াৰ পৰিণতি স্বৰূপে সংসাৰৰ পৰা খুলশালী নামৰ সুন্দৰ প্ৰজাতিটো বিলুপ্ত হোৱাৰ পথত।।

বৰলা ডেকা সমাজৰফালৰ পৰা কিবা আন্দোলন হ’ব লাগে …মই আছো

★★★★

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *