কৌতুক- সঞ্জয় ৰাজবংশী
অজিতে আত্মনিৰ্ভৰশীল হ’বলৈ শিকিলে।
ৰাতিপুৱাই উঠি চাৰিখন ব্ৰেড ভালকৈ সেকি লৈ সেউজীয়া চাটনিৰে পেট ভৰাই ল’লে।
অকণমান পিছত
সুবৰ্ণলতা : পাকঘৰত বাতি এটাত জেতুকা পিহি থৈছিলোঁ তুমি দেখিছা নেকি?
(আৰু একো নকওঁ, যি হৈছে ৰাইজে নিজেই বুজিব)
☆ ★ ☆ ★ ☆