ফটাঢোল

কৌতুক-আদিত্য জ্যোতি বৰঠাকুৰ

প্ৰেমিকা : অ’ জান, মোলৈ মনত পৰিলে বা মোক মিচ কৰিলে তুমি কি কৰা?

প্ৰেমিক : মই তুমি ভালপোৱা কেডবেৰি চকলেট খাই দিওঁ৷ আৰু তুমি কি কৰা, মোক মিচ কৰিলে?

প্ৰেমিকা : ময়ো তোমাৰ ফেভাৰিট কমলা পচন্দ গুটকা খাই দিওঁ৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *