ফটাঢোল

কৌতুক – গৌৰীশংকৰ শৰ্মা

পুৰুষ : ছাৰ…. ছাৰ…. মোৰ মানুহজনী হেৰাল….!!!

ছাৰ : হেৰৌ মূৰ্খ,  পুলিচ ষ্টেচনলৈ যা। এইটো ৰে’লৱে ষ্টেচনহে…!!!

পুৰুষ : ফূৰ্তিতে ক’বই পৰা নাই ছাৰ, ক’লৈ আহিলোঁ…..!!!

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *