ফটাঢোল

কৌতুক-আদিত্যজ্যোতি বৰঠাকুৰ

দেৱজিত – বিজয়, ইষ্ট্ৰি আৰু স্ত্ৰীৰ মাজত পাৰ্থক্য কি?

বিজয় – কোনো পাৰ্থক্য নাই, বৰং সাংঘাতিক মিলহে আছে৷

দেৱজিত – কেনেকুৱা মিল?

বিজয় – ইষ্ট্ৰি গৰম হ’লে কাপোৰ চিধা হয় আৰু স্ত্ৰী গৰম হ’লে হাজবেণ্ড (পতি) চিধা হয়৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *