কৌতুক- আদিত্য জ্যোতি বৰঠাকুৰ
ক্ৰেতা : বাইদেউ, মাছৰ পেটত কণী আছেতো? ইমান দাম দি কিনিছোঁ হʼলে।
পোহাৰী : হৌৰি, মই মাছবেপাৰী হে। আলট্ৰাচাউণ্ড কৰি আনি মাছ বিকা নাই যে পেটত কণী আছেনে নাই গম পাম।
☆ ★ ☆ ★ ☆

8:23 am
হয় দেই কাটি চাবা ও নৰি, surgeon নহয় যে
?????