ফটাঢোল

বক্ৰ গতি-অবিনাশ পীড়াকটা

চচিয়েল মিডিয়াত চৰ্চা অসমৰ হাফপেণ্ট কাণ্ড

আধুনিকতাৰ নামত অসমীয়া সংস্কৃতিৰ ম্লান মানদণ্ড

নিউজ প’ৰ্টেলৰ বিকৃতি

কেনেকৈ পায় স্বীকৃতি

গঠনমূলক আলোচনাইহে ঘূৰাই আনিব ছন্দ।

*******

ৰাজ্যত ধুমুহা সৃষ্টি হাফপেণ্টক লৈ 

হাফ চিন্তা

সেয়ে আমাৰ সমাজত বাজিল অশনি ঘণ্টা

নিমাতীৰ ঘটনা পৰিল তল

এচামে আছিল চাই চল

আমনি লাগিছে আৰু এই দিন ন টা।

☆ ★ ☆ ★ ☆

             

                  

Leave a Reply

Your email address will not be published.