ফটাঢোল

কৌতুক-পদ্মলোচন ভৰদ্বাজ

আইনাৰ মুখত থিয় হৈ পত্নীয়ে  স্বামীক সুধিলে….

” মই বাৰু বৰ শকত হৈছো নেকি ..? “

স্বামীয়ে ৰাতিপুৱাই কাজিয়া এখন নহওক বুলি কলে …

” নাই নাই ….তুমি একেবাৰেই শকত হোৱা নাই ..”

আনন্দত পত্নীয়ে ৰোমাণ্টিক হৈ কলে ..

“মোক দাংকোলাকৈ ফ্ৰীজ টোৰ ওচৰলৈ লৈ যোৱানা,আইচক্ৰীম খাবলৈ মন গৈছে “

পৰিস্থিতি প্ৰতিকূল হোৱা দেখি স্বামীয়ে তৎক্ষণাত কলে….

” ৰ’বা হে, মই ফ্ৰীজটোকেই ইয়ালৈ  দাঙি লৈ আহোঁ “

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *