ফটাঢোল

কৌতুক- বিনীতা বৰশইকীয়া

:তুমি বনোৱা ৰুটি খাই কিযে ভাল লাগে । কেনেকৈ ইমান কোমল হয় নো ?

: কোমল ? কোমল হয় ন ? হ’বই। আটাখিনি তুমি বুলি ভাবাবে ভাবি মথি থাকোঁ। উতলা গৰম পানী দিওঁ। দাঁতকেইটা কৰচি কৰচি গালি পাৰিও  থাকোঁ। সেইটোৱেই ৰুটি কোমল হোৱাৰ চিক্ৰেট।

********************************

: কাষলৈ আহা

: আৰু অলপ

: আৰু অলপ কাষলৈ আহা

: আৰু অকণমান 

উস্ ৰাম ! এইজনী ! ইমান দূৰৰ পৰা মই কি ওকণিজনী ধৰিব পাৰোঁ নেকি ?

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *