কৌতুক -আদিত্য জ্যোতি বৰঠাকুৰ
জাৰকালি মাজনিশা।
পত্নী – হেৰি উঠাচোন,,,, নিগনিয়ে কিবা এটা কুটি আছে ,,, কট কট কৰি আছে কিবা এটাই…।
পতি – তোমাৰ মূৰটো… লেপখন গোটেইখন তুমিয়ে টানি নিছা, মই আছোঁ লেপৰ বাহিৰত, ঠাণ্ডাতে মোৰ দাঁত কেইটাই কট কটাই আছে।
☆ ★ ☆ ★ ☆