ফটাঢোল

কৌতুক -আদিত্য জ্যোতি বৰঠাকুৰ

জাৰকালি মাজনিশা।

পত্নী – হেৰি উঠাচোন,,,, নিগনিয়ে কিবা এটা কুটি আছে ,,, কট কট কৰি আছে কিবা এটাই…।

পতি – তোমাৰ মূৰটো… লেপখন গোটেইখন তুমিয়ে টানি নিছা, মই আছোঁ লেপৰ বাহিৰত, ঠাণ্ডাতে মোৰ দাঁত কেইটাই কট কটাই আছে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *