ফটাঢোল

কৌতুক – কৃষ্ণ দাস

শিক্ষক : – ছাত্ৰ সকল , প্ৰতিজ্ঞা কৰাঁ জীৱনত কেতিয়াও মদ , চিগাৰেত নাখাওঁ বুলি

ছাত্ৰ -: – নাখাওঁ , কেতিয়াও নাখাওঁ !

শিক্ষক :- কেতিয়াও ছোৱালীৰ পিছত নপৰোঁ

ছাত্ৰ :- নপৰোঁ ।

শিক্ষক :- ছোৱাীৰ লগত দোস্তি নকৰোঁ ।

ছাত্ৰ :- নকৰোঁ কেতিয়াও ।

শিক্ষক : – দেশৰ কাৰনে প্ৰাণ দি দিম !

ছাত্ৰ :- দি দিম চাৰ, এনেকুৱা জীৱন এটা জীয়াই থাকিনো কি কৰিম ??

*****

Leave a Reply

Your email address will not be published. Required fields are marked *