ফটাঢোল

কৌতুক -আদিত্য জ্যোতি বৰঠাকুৰ

আপোনালোকে ক’লে চাগৈ বিশ্বাস নকৰিব, কিন্তু এই সংস্কৃতৰ বাবেই সেইদিনা আমাৰ Bijoy Mahanta গোট ৰাতিটো বাৰাণ্ডাত শুব লগা হ’ল । মানে হ’ল কি, তেওঁৰ সহধৰ্মিনীয়ে পৰীক্ষাৰ বহী চাই আছিল । কিন্তু ফোপজহী মৰাত ওস্তাদ মহন্তই হঠাতে আহি তেওঁৰ শ্ৰীমতীক প্ৰশ্ন এটাৰ উত্তৰ ভুলহৈ থকা বুলি এসোপামান কথা শুনালে ।

বিজয় মহন্তৰ মতে হেনো “তমসো মা জ্যোৰ্তিগময়” ৰ অৰ্থ “তুমি শোৱা মা, মই জ্যোতিৰ ঘৰলৈ যাওঁ ।”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *