ফটাঢোল

কৌতুক-ৰিণ্টুমনি দত্ত

বাপেক :- এইবাৰ যদি অংকত ভাল নম্বৰ নাপাৱ মোক পাপা বুলি নামাতিবি 

পৰীক্ষাৰ ৰিজাল্টৰ পাছত

বাপেক:- অংকত কিমান নম্বৰ পালি 

পুতেক :-  মাথা নাখাবি যোগেন,তই বাপেক হোৱাৰ যোগ্যতা হেৰুৱাই পেলাইছ ৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *