ফটাঢোল

কৌতুক-ৰিণ্টুমনি দত্ত

” টেক্সি দ্ৰাইভাৰক এজনী মহিলাই সুধিলে–মই এয়াৰপোৰ্টোলৈ যাম ভাড়া কিমান লাগিব?

দ্ৰাইভাৰ–৬০০ টকা।

মহিলা–আৰু মোৰ স্বামীক যদি লগত নিও ভাড়া কিমান হ’ব?

দ্ৰাইভাৰ–সেই ৬০০ টকাই লাগিব।

মহিলা( স্বামীক উদ্দেশ্য কৰি) মই কৈছিলো নহয়, তোমাৰ এক পইচাও দাম নাই, দেখিলা এতিয়া?

স্বামী–আমাৰ লগত যদি আৰু এগৰাকী মহিলা যায় ভাড়া কিমান লাগিব?

দ্ৰাইভাৰ–সেই একেই ভাড়া, বেচি নালাগে।

স্ত্ৰীক উদ্দেশ্য কৰি স্বামী–দেখিলাতো,মই দ্বিতীয় বিবাহ কৰালেও খৰচ নাবাঢ়ে, খৰচ একেই থাকিব।”

☆ ★ ☆ ★ ☆

One comment

  • কৰবী দেৱী

    হাঃ হাঃ হাঃ এক চে বড়কৰ এক।।
    সুন্দৰ কৌতুক

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *