ফটাঢোল

কৌতুক- ৰিণ্টুমনি দত্ত

বিজয়ৰ দাঁতত পোকে ধৰিছে, হাজাৰ চেষ্টা কৰিও উলিয়াব নোৱাৰি ডাক্তৰৰ ওচৰলৈ গ’ল।
ডাক্তৰ- চাৰিদিন পুৱা-গধূলি গাখীৰ আৰু বিস্কুট খাব, পঞ্চম দিনা কেৱল গাখীৰ খাব। পোক নিশ্চয় ওলাই আহিব।
বিজয়ে সেইমতে চাৰিদিন গাখীৰ-বিস্কুট খালে আৰু পঞ্চম দিনা কেৱল গাখীৰ খালে।
.
.
.
.আৰু আচৰিত ভাৱে সেইদিনা পোকটোৱে ওলাই আহি সুধিলে- বিজয় আজি বিস্কুট নাই নেকি?
বিজয় চকচ!
পোক আৰু ডাক্তৰ ৰকচ!
☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *