ফটাঢোল

কৌতুক – সঞ্জীৱ মজুমদাৰ

মোৰ ল’ৰা অদ্বিতীয়ই সুধিছে,

“পাপা, চান্তাক্লজ মহিলা নে পুৰুষ?

মই অকণমান চিন্তা কৰি কলো,

“মহিলা হোৱা হলে বছৰৰ পিছত বছৰ ধৰি, একেযোৰ কাপোৰকেই পিন্ধি কেতিয়াও নাহিলে হয়। গতিকে পুৰুষেই হব নিশ্চয়!”

☆★☆★☆

One comment

Leave a Reply to Krishnaa Cancel reply

Your email address will not be published. Required fields are marked *