ফটাঢোল

ফটা লিমাৰিক – ধনজিৎ বৰুৱা

হাউৰালৈ টিকট নাপাই ফেউৰা উঠিল ৰেলত
বৰচুৰীয়াৰ ফেৰৰ তলত ৰংঘৰৰ মেলত
যুঁজত জিকা কুকুৰাত চকু
ফেউৰাক ফালি নখেৰে বুকু
ৰণৰ কুকুৰাই মিচিককৈ হাঁহি বীৰদৰ্পে জেলত

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *