কেছটো বিজয় – সৌৰভ শৰ্মা
বিজয়ে সৰুতে স্কুললৈ যাবলৈ নিবিচাৰে| সেই লৈ এদিন মাকে ধৰি লৈ বুজাই আছে বিজয়ক| বপুৰাৰ কাণ্ডত দেউতাকে খঙত উগ্র হৈ আছিল| মাকে এৰাৰ লগে লগে দেউতাকে আৰম্ভ কৰিলে,-
দেউতাকঃ স্কুল নাযাৱ, (জোৰকৈ এচাট দি),তোৰ বাপ যাব লাগিব!
দেউতাকঃ আকৌ, তোৰ বাপ যাব লাগিব, তোৰ বাপ….. এনেদৰে ১০ চাট মান দিছেহে….।
বিজয়ঃ বেগটো লৈ নোযোৱানো কিয়, তেতিয়াৰে পৰা পিটি পিটি পিঠি বখলিয়াই দিছা দেতা….।
☆★☆★☆