ফটাঢোল

জন্মদিন – হিৰণ্য জ্যোতি দাস

সময় ৰাতি দুই বাজিছে ৷ ঘৈণীয়েকে গিৰিহঁতক মাতি আছে– “হেৰা শুনিছানে ?”
:”কি হ’ল এই মাজৰাতি?”
:”চাৰজাহত যে শচীন টেন্ডুলকাৰে চেন্চুৰী মাৰিছিল , শ্বেন ৱাৰ্ণক যে তামাম দিছিল , কাপ জিকিছিল যে , কেতিয়া হৈছিল বাৰু?”
:” ২৪ এপ্ৰিল /১৯৯৮, কিন্তু এই ৰাতি তোমাক সেইটো কিয় লগা হ’ল?”
:”ৰাতিপুৱাৰ পৰা ৰাতিলৈ বাট চালো, কিজানি হেপী বাৰ্থদে দিয়াই ৷ আজি মোৰ জন্মদিন আছিল ৷ “

☆★☆★☆

3 Comments

  • অনুৰূপ মহন্ত

    ইচ ইচ

    Reply
  • হয়তো, জন্মদিনটো কিয় মনত নাথাকে।

    Reply
  • অভিজিৎ কাশ্যপ (চিকু শৰ্মা)

    এইটো টামাম

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *