ফটাঢোল

মাগুৰবৰণীয়া – পৰী পাৰবীন

মই বেমাৰীজনীক আজি এজনে সুধিলে, গা কেনেকুৱা ?

মই বোলো, “এক মিনিট, আইনাখন চাই আহো”, তাৰ পাছত উত্তৰ দিলো, “মাগুৰবৰণীয়া”।

 

☆★☆★☆

9 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *