ফটাঢোল

কৌতুক – মনিদীপ শৰ্মা

এজন যুৱ ভাৰতীয় ব্যৱসায়ীয়ে চীন দেশৰ এগৰাকী যুৱতীৰ সৈতে ফেচবুকীয়া প্ৰেম হয় অাৰু প্ৰেমৰ অন্তত তেঁওলোকে বিয়া পাতি সুখেৰে জীৱন অতিবাহিত কৰি আছিল। কিন্তু বিয়াৰ চাৰিটা বছৰৰ পিছত ব্যৱসায়ী জনৰ পত্নীৰ এক অচিন ৰোগত মৃত্যু হয়। যি ৰোগ অামাৰ অসমৰ কোনো এক্স ৰে, অাল্ট্ৰাচাউণ্ড অাৰু অান অান পৰীক্ষাতো ধৰা নপৰিল।

মানুহজন এদিন দুখ মনেৰে সুৰাৰ বাৰত বহি থকা দেখি বন্ধু এজনে সান্তনা দি কয় “দুখ নকৰিবা বন্ধু Chiness মালৰ কোনো গেৰাণ্টি নাথাকে। চাৰি বছৰ যে টিকিল, বহুত দিন গল কপাল ভাল তোমাৰ।”

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *