ফটাঢোল

অসমীংলিছ ভাছা – নিয়ৰ

“you know মই যে এছামিছ ভালকৈ পঢ়িবই নাজানো।”
বুলি কোৱা সকলৰ অসমীয়া কথা কোৱাৰ লেভেলেই বেলেগ।

১/ ও মা cow জনীয়ে একেবাৰে ঘৰৰ ফ্ৰণ্টটে লেট্ৰিন কৰি থৈ গ’ল।
ইমান দাৰ্তী স্মেল আহিছে নহয়।

২/ ব্ৰ গ্ৰাছে গ্ৰাছে নাযাবা স্নেকে বাইট কৰিব।

৩/ অঃ গড ল’ৰাটো ইমান অইলি নহয় খুব অইল মাৰি মাৰি কথা কয়।

৪/ চানটো ইমান ব্ৰাইথ ওলাইছে নহয় জাষ্ট বাহিৰ ওলালেই ফিউজ হৈ যাম।

৫/ কুকিং মই নাজানো মাম্মীয়ে কিৎচেনত যাবই নিদিয়ে।

৬/ লোৰাটো ইমান চুগাৰ। loveৰ নামত যে কিমানৰ লগত চুগাৰ খালে।

৭/ আজি যে ইমান cool নহয় maybe sun নোলাবই ।

এতিয়া আপুনিও give a কমেণ্ট in that ভাছা

☆★☆★☆

6 Comments

  • ওৱাও ।কি writing কৰিছে ।মজ্জা ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    অ মাই গড। কি ৱণ্ডাৰফুল লিখিছা। বৰ ফানি লাগিছে।

    Reply
  • হেমন্ত কাকতি

    অহ ৰিয়েলী! মই মানে আজি বিজি আছিলো জানা৷ জাষ্ট এতিয়াহে ফ্ৰী হৈ ৰিডিং এটা দিলোঁ, ইউ ন’৷

    Reply
  • Anonymous

    ??????

    Reply
  • Purnamayee Medhi

    ইমান বিউটিফুল লিখিছা৷হেপ্পী নতুন বছৰ ২০19 দেই

    Reply
  • জয়ন্ত দাস

    বাহ কি সুন্দৰ ৰাইটিং৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *