ফটাঢোল

ফটাকৌতুক – মানসী বৰুৱা

ভেলেণ্টাইন ডে’ৰ দিনা। পাৰ্কত প্ৰেমিক প্ৰেমিকা।

প্ৰেমিকা: (প্ৰেমিকৰ হাতত হাত আৰু চকুত চকু থৈ)
জান, আজি এই ভাললগা দিনটোত মোক তুমি এনে এষাৰ কথা কোৱা যাতে শুনিলে মোৰ হিয়া কঁপি উঠে, ক’লৈ যাওঁ কি কৰোঁ লাগে…

প্ৰেমিক: ( কিছুসময় ইফালে সিফালে চাই)
চাল্লা, বাপেৰ আৰু ককায়েৰ আহিছে পলা ঐ…..

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *