ৰগৰ – সৌৰভ শৰ্মা
(১) বিশ্বৰ সৰ্বাধিক প্ৰাৱল্যৰ শব্দ :- নাৰীৰ ক্ৰন্দন, (কাৰণ মুখেৰে শব্দ নোলোৱাকৈ চকু চলচলীয়া কৰি সেপ ঢুকিয়েই পুৰুষৰ থৰকাচুতি হেৰাই দিব পাৰে।)
(২) সৰ্বাধিক ভয়লগা কথা :- নাৰীয়ে দিয়া অপযশ।
(৩) তীব্ৰঘাতি অস্ত্ৰ :- নাৰীয়ে দিয়া গালি-গালাজ।
(৪) শক্তিশালী চেঞ্চৰ :- নাৰীৰ চকু।
(৫) শক্তিশালী অস্ত্ৰ :- নাৰীৰ নখ, দাঁত।
(৬) সৰ্বাধিক শব্দ প্ৰদূষণ :- নাৰীৰ বাৰ্তালাপ।
(৭) বায়ু প্ৰদূষণ :- কচমেটিকেৰে চলা ঠাণ্ডাত গা নোধোৱা নাৰী।
(৮) বেক্টেৰিয়া প্ৰদূষণৰ মুল :- নাৰী (নিজৰ লেতেৰা কাপোৰো নুধোৱালৈ আলনাত ৰাখে। কিন্তু এদিন পিন্ধাৰ পিছতে আনৰ পোচাকক লেতেৰা বুলি ধৰে।
(৯) শক্তিশালী পূৰ্বানুমান যন্ত্ৰ :- নাৰী, কিবা এটা ভাল-বেয়া ঘটনা হ’লেই, মোৰ মনটোৱে কৈয়ে আছিল।
(১০) অযথা ব্যয় কৰা যন্ত্ৰ বা বগাহাতী :- নাৰী নহয় বুলি নাৰীয়েও নকয়।
(১১) আটাইতকৈ হিংসুক জীৱ :- নাৰী ( ইজনীয়ে সিজনীক হিংসা কৰিয়েই জীৱন কটাই।)
আৰু কিছু গৱেষণাৰ ফচল আছে, এতিয়া এইকণ পঢ়ক, মই আকৌ গৱেষণাৰ কামত লাগো।
☆★☆★☆
2:38 pm
লাগক লাগক৷নাৰী বিদ্বেষী ৷আমি আছো কাৰণেই হহুৱাব পাৰিছে ন
3:06 pm
বাপৰে
1:41 pm
হাঃহাঃহাঃ
5:36 pm
নাহাঁহো দেই