ফটাঢোল

ৰগৰ – সৌৰভ শৰ্মা

(১) বিশ্বৰ সৰ্বাধিক প্ৰাৱল্যৰ শব্দ :- নাৰীৰ ক্ৰন্দন, (কাৰণ মুখেৰে শব্দ নোলোৱাকৈ চকু চলচলীয়া কৰি সেপ ঢুকিয়েই পুৰুষৰ থৰকাচুতি হেৰাই দিব পাৰে।)

(২) সৰ্বাধিক ভয়লগা কথা :- নাৰীয়ে দিয়া অপযশ।

(৩) তীব্ৰঘাতি অস্ত্ৰ :- নাৰীয়ে দিয়া গালি-গালাজ।

(৪) শক্তিশালী চেঞ্চৰ :- নাৰীৰ চকু।

(৫) শক্তিশালী অস্ত্ৰ :- নাৰীৰ নখ, দাঁ‌ত।

(৬) সৰ্বাধিক শব্দ প্ৰদূষণ :- নাৰীৰ বাৰ্তালাপ।

(৭) বায়ু প্ৰদূষণ :- কচমেটিকেৰে চলা ঠাণ্ডাত গা নোধোৱা নাৰী।

(৮) বেক্টেৰিয়া প্ৰদূষণৰ মুল :- নাৰী (নিজৰ লেতেৰা কাপোৰো নুধোৱালৈ আলনাত ৰাখে। কিন্তু এদিন পিন্ধাৰ পিছতে আনৰ পোচাকক লেতেৰা বুলি ধৰে।

(৯) শক্তিশালী পূৰ্বানুমান যন্ত্ৰ :- নাৰী, কিবা এটা ভাল-বেয়া ঘটনা হ’লেই, মোৰ মনটোৱে কৈয়ে আছিল।

(১০) অযথা ব্যয় কৰা যন্ত্ৰ বা বগাহাতী :- নাৰী নহয় বুলি নাৰীয়েও নকয়।

(১১) আটাইতকৈ হিংসুক জীৱ :- নাৰী ( ইজনীয়ে সিজনীক হিংসা কৰিয়েই জীৱন কটাই।)

আৰু কিছু গৱেষণাৰ ফচল আছে, এতিয়া এইকণ পঢ়ক, মই আকৌ গৱেষণাৰ কামত লাগো।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *