লিমাৰিক- মুকুন্দ বৰুৱা
১ প্ৰধানমন্ত্ৰীৰ একান্ত আহ্বান কৰিলে সকলো থানবান বজাব লাগিছিল হাত তালি বজালোঁ আমি কাঁহি- বাতি-থালী প্ৰভু জনমত যে নেদেখো দুবাৰ।। ২ ক’ৰণাই কৰিলে সকলো পণ্ড বিশ্ব অৰ্থনীতি আজি মন্দ চাৰিওদিশে মৰিছে মানৱ ক’ৰণাই কৰিছে তাণ্ডব তথাপিও নাই কোনো চেতনা আমাৰ।। ৩ দুখীয়াৰ চিন্তা, কেনেকৈ পাওঁ এসাজ ভাত কৰিবও নোৱাৰে প্ৰতিবাদ একাউণ্টত ৫০০ টকা, মোদীৰ চিন্তা ফাইন ৰাস্তাত দেখো এক দীঘলীয়া লাইন ৫০০ টকা ক’ৰণাতকৈ ডাঙৰ, কৈ থলোং ৪ কৃষকৰ আজি হাহাকাৰ কৰিব পৰা নাই বেপাৰ মৰিছে গছ, গেলিছে খাদ্য হাই!
Read more