দুজন চোৰ– অনিমা দাস ।
দুজন চোৰ বহু দিনৰ মূৰত মুকলি হৈ কথা পাতি গৈ আছে।এনেতে প্ৰথম চোৰ জনে সুধিলে-এতিয়া পিছে কি কৰিম বুলি ভাবিছা? দ্বিতীয় চোৰ জনে ক’লে-এইবাৰ ভাল কাম এটাকে বিচাৰিব লাগিব।তুমি কি কৰিম বুলি ভাবিছা? প্ৰথম চোৰ জনে ক’লে-মই এইবাৰ এটা টৰ্চ কিনিম বুলি ভাবিছোঁ। দ্বিতীয় চোৰ জনে আচৰিত হৈ সুধিলে-কিয়? তেতিয়া প্ৰথম চোৰ জনে ক’লে-সেইবাৰ মই মানুহ এঘৰত চোৰ কৰিব যাওঁতে লকাৰ বুলি ভাবি ৰেদিওৰ ভলিউমটো ডাঙৰ কৰি বজাই দিছিলোঁ; ফলত ধৰা পৰিলোঁ। ★★★★
Read more