‘ক্ষ’লৈ বহু দূৰ.. – লক্ষ্য বৰঠাকুৰ
লকডাইনত তিনিবছৰীয়া ল’ৰা দুটাক (যঁজা) অসমীয়া আখৰ কেইটাকে শিকাওঁ বুলি ভাবি যোৱাকালি সন্ধিয়াৰ পৰা কাৰ্য্যসূচী হাতত ল’লোঁ। ডাঙৰটো মোৰ দ্বায়িত্বত, সৰুটো শ্ৰীমতীৰ। “ভাত-পানী?” “হ’ব দিয়াচোন, ল’ৰাৰ ভৱিষ্যতৰ কথা আছে কিবা এটা গিলি থ’বা আৰু”। শ্ৰীমতী বিৰাট serious। থিয়হৈ, বহি, আঠুকাঢ়ি, পেট পেলাই আপ্ৰাণ চেষ্টা কৰিলোঁ ল’ৰাক “অ” টো লিখাবলৈ। এটা সময়ত যেতিয়া আটাইকেইটা ভাগৰি পৰিলোঁ তেতিয়া ঘড়ীত ১১.৩০ বাজে, লগত থকা ছোৱালীজনীয়ে ওচৰতে বহি কলমকটিয়াই আছে। আজি ৰাতিপুৱা আগফালৰ বাৰান্দাতে বহি পেপাৰখন মেলিছোঁ মাত্ৰ, কাষৰ ফ্লেটৰ শৰ্মা দা আহি ওলাল;
Read more