বিৱিও চে পাংগা মেহেংগা পৰেগা – কমল তালুকদাৰ
বাপুকণে বিয়া পতা বহু দিন হ’ল৷ পত্নীয়ে সদায় বাপুকণক কয়, : বিয়া হোৱা ইমান দিন হ’ল, আপুনি মোক ক’তো ফুৰাবলৈও নাই নিয়া! অলপ ফুৰি আহোঁ ব’লক৷ বাপুকণ হ’ল নিজৰ মতত চলা মানুহ, যি ক’ব তাৰ মতে সেয়ে সত্য৷ কেৱল নাই আৰু নহ’ব। এদিন হঠাৎ বাপুকণে ক’লে, : ক’ত ফুৰিবলৈ যাবা? পত্নীয়ে উৎসাহিত হৈ তপৰাই মাতিলে, : সঁচাই নে? নেপাললৈ যাওঁ ব’লক৷ বৰ সুন্দৰ হেনো৷ বাপুকণে বোলে, : নাই নাই নহ’ব, বিদেশলৈ কিয়? আমাৰ অসমতে ভাল ঠাই আছে, ব’লা উজনি অসমৰ
Read more