ফটাঢোল

কিটিপ – ডাঃ বিকাশ বৰুৱা

এটা কথা অকণো লুক-ঢাক নকৰাকৈ চাফ চাফ কৈ দিয়াই ভাল। সুখী, সন্তুষ্ট মানুহবোৰক দেখিলে মোৰ ‘ভীষণ হিংসা’ লাগে। অসমীয়া ভাষাৰ ‘ঈৰ্ষা’ শব্দটোক সকলোৱে হিংসা বুলিয়ে কয়। গতিকে ময়োনো কিয় নকওঁ• কাৰণ মেজৰিটি মাষ্ট্ বী গ্ৰাণ্টেড। সুখী, সন্তুষ্ট মানুহক দেখা মাত্ৰকতে মই জ্বলি-পুৰি মৰো। লাওখোলা, চুলি, উফি, ওকণি, টিকণি.. আটাইবোৰ গৰম হৈ যায়। ভিতৰত মগজটোৱেও কাম কৰিবলৈ বন্ধ কৰি দিয়ে। আচৰিত কথা যে বহুত চেষ্টা কৰিও মই নিজে সুখী আৰু সন্তুষ্ট হ’ব নোৱাৰিলো। কিন্তু.. এই মানুহবোৰ কেনেকৈ ইমান সুখী? সেইটো ভাবি

Read more

কৌতুক – সঞ্জীব মজুমদাৰ

ফোন কৰি পত্নী এগৰাকীয়ে সুধিছে, “ডাক্তৰবাবু, আমাৰ এখেতে ‘ডিচপিৰিন’ টেবলেট এটা খাই পেলালে। কি যে কৰি থাকে নহয় মানুহজনে! একো চাইড এফেক্ট নহয়তো?” ডাক্তৰ: কি কৰিব আৰু! খালেই যেতিয়া, তেখেতৰ মূৰৰ বিষ উঠাকৈ কিবা এটা কৰক বা ক‌ওঁক। ☆★☆★☆

Read more

ফটাপ্ৰেম – কৌশিক ৰঞ্জন বৰা

মোৰ ফটা পিৰীতিৰ পুৰাণখন বেছিদিনীয়া নহয়। হাইস্কুলীয়া দিনৰে আৰু। ক্লাছ টেনৰ প্ৰথমতেই এগৰাকী সহপাঠীৰে প্ৰেমত পৰিলোঁ। পৰিলোঁ‌ মানে ইমানে বেয়াকৈ প্ৰেমৰ বোকাত সোমালোঁ‌ যে জে চি বিয়েও উঠাব নোৱাৰে আৰু। জানুৱাৰী মাহৰ কথা। ক্লাছবোৰ আৰম্ভ হৈছে। ঘৰত মা দেউতাহঁতৰ বুজনি, “ক্লাছ টেন পালিহি। পঢ়াত মন দে।” চাওঁতে চাওঁতে সৰস্বতী পূজা পালেহি। হাইস্কুলৰ শেষৰটো সৰস্বতী পূজা। ইফালে আকৌ স্কুলৰ সাধাৰণ সম্পাদক। দায়িত্ব আছে বহুত। পূজাৰ বহুদিনৰ আগৰপৰাই প্ৰস্তুতি চলালো মনৰ কথাবোৰ কৈ পেলোৱাৰ। তেতিয়া হীৰুদা আৰু প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা পঢ়িবলৈ

Read more

কৌতুক – ৰাজ্জাক আলি

গ্ৰাহক এজন তামোল পান কিনিবলৈ দোকান এখনলৈ গ’ল। গ্ৰাহক(দোকানীক উদ্দেশ্যে ) : পাণৰ গুচি কিমান? দোকানী: কোনটো পাণ লাগিব? গ্ৰাহক : সেউজীয়া এই পাণকেইখিলাৰ কথাই কৈছোঁ‌।তোমাৰ দোকানত আছে যে। দোকানী: মানে কোনটো গুচি লাগিব? তিনি প্ৰকাৰৰ গুচি আছে। দাম বেলেগ বেলেগ। গ্ৰাহক : কোনটো কেনেকৈ? দোকানী: বাৰী পাণ বিশ টকা। বৰপেটীয়া পাণ দহ টকা আৰু নগা পাণ পাঁচ টকা। গ্ৰাহক : বাৰী পাণ বুজি পাইছোঁ‌ এই বৰপেটীয়া আৰু নগা পাণৰ বিষয়ে বুজা নাই। দোকানী : মানে দাদা, এইখিনি বৰপেটাৰ পৰা

Read more

টি মানে কি – সৌমিত্ৰ যোগী

কেতিয়াবা কেতিয়াবা এনে লাগে যেন মই এটা দুৰ্ভগীয়া প্ৰজন্মৰ প্ৰতিনিধি। সৌভাগ্যৱান নহয় যিহেতু, গতিকে দুৰ্ভগীয়া। কেৱল মই বুলিয়ে নহয়, আচলতে আমি বুলিয়ে ক’ব লাগে। দুই-এক ব্যতিক্ৰম বাদ দি মোৰ বয়সৰ প্ৰায় সকলোৱে এক কথাত দুৰ্ভগীয়া। দুৰ্ভগীয়া মানে – মই যিটো সময়ত জন্মগ্ৰহণ কৰিছোঁ চাবলৈ গ’লে সময়টো ভাল নাছিল। হয়তো কিবা গ্ৰহ-গতি ভাল নাছিল, গতিকে আমাৰ হাতৰ পৰা সকলো সুযোগ ওলাই গৈছিল অথবা পলাই পত্ৰং দিছিল। কথাখিনি বুজিবলৈ নিশ্চয় দুটামান উদাহৰণৰ প্ৰয়োজন হ’ব। মোৰ ঠিক অসম আন্দোলনৰ সময়ত জন্ম। “জনতা কাৰ্ফিউ”

Read more

কৌতুক – শিল্পাশ্ৰী দাস

পত্নীঃ- হেৰি, শুনিছেনে। আজি কি দিন,মনত আছেনে আপোনাৰ? পতিঃ- মোৰ যদি ভুল হোৱা নাই, আজি ৰাখী বন্ধন। পত্নীঃ- ঠিকেই কৈছে। আপুনিযে দুখ কৰি থাকে,ভনী এজনীও নাই বুলি। আজিৰ পৰা আপোনাৰ এই দুখ নাথাকে। পতিঃ- কেনেকৈ? ভালকৈ কোৱাচোন৷ পত্নীঃ- মানে,বেলেগতনো ক’ত ভনী বিচাৰি ফুৰিব৷ সেয়েহে,আমাৰ চুবুৰীৰ কলিতানী, দত্তনী, বৰুৱানী, শইকীয়ানীহঁতক মাতি থৈ আহিছোঁ। আটায়ে ৰাখী পিন্ধাব আপোনাক। মোৰ যে তেওঁলোকলৈ হিংসায়েই লাগিছে৷ ইমান মৰমৰ দৃষ্টিৰে চোৱা এনে উপযুক্ত ককায়েকটো পাব৷ পতিঃ- (লেনিয়াই) হে…..ৰা, শু…না…না। (শুনিছোঁ,তেখেতে হেনো আজিকালি মহিলাৰ লগত কথা পাতিলে

Read more

ফটাপ্ৰেম – খনিন্দ্ৰ ভূষণ মহন্ত

জালুকবাৰীৰ মায়াৰ কথা হয়তো নতুনকৈ ক’ব লগা নাই। মই যেতিয়া যোৰহাটত আছিলোঁ, মোৰ স্কুলীয়া কেইবাজনো বন্ধু জালুকবাৰীৰ বাসিন্দা হৈছিলগৈ। সিহঁতৰ মুখতে কথাবোৰ শুনি শুনি ঠাইখনৰ প্রতি থকা মোহটো দুগুণে বাঢ়িছিল। মিছা ক’লে কিডাল হ’ব, শাৰী-শাৰী কৃষ্ণচূড়া-ৰাধাচূড়া, এজাৰ, সোণাৰুৱে আৱৰা “কেম্পাচ”, নিয়ন লাইটৰ তলত চেনীপুলত বহি, বোটানিকেল গার্ডেনৰ মাজত সিহঁতৰ যিহে ফটো উঠাৰ কোব মনে মনে জ্বলন এটাও হৈছিল। সোঁৱে-বাৱেঁ থকা পখিলাবোৰৰ কথা নক’লোৱেইবা! এদিন যেতিয়া মোৰো সেইখন জগতত ভৰি দিয়াৰ সৌভাগ্য হৈছিল সেই সুখকণ ভাষাৰে বর্ণনাব নোৱাৰি। সেই বন্ধুবোৰৰ এক্সপার্ট

Read more

আপদীয়া পদ্য – ৰাজীৱ শৰ্মা

নীৰৱে লুটিলে বেংকৰ ধন-বিত দেখি হ’লো আচৰিত লুণ্ঠনৰ কিট সৰিয়হৰ ডুলিতে ভুত নিয়মৰো ৰাখি থয় খুট মৰাক মাৰিবলৈ ৰজাই পাতে মিট লাখে লাখে টকা খাই খোদ চৰকাৰী বিষয়া সম্পত্তিৰ পাহাৰ গঢ়ে নকৰি কাকো পৰোৱা দুৰ্নীতিৰ পাপৰ ভাগ ৰজাৰে যে সিংহভাগ চকুমুদা ৰজা শ্ৰেষ্ঠ হয় ভাওঁনাৰ বহুৱা আকৌ আহি পালেহি চেবাৰ পৰীক্ষা দামী আগৰ ভুলৰ নহয় যেন পুনৰামি কেউফালে চি চি টিভি পৰীক্ষাৰ্থী আছে ভাবি গৰুৱে নাখালেই পাম আমি স্কুটি দামী ☆★☆★☆

Read more

নিলীম কুমাৰৰ 'বৰ্তমানতকৈ নতুন এখন ৰে'লগাড়ী' কবিতাটোৰ এক আলোচনা – চাহিন জাফ্ৰি

সাম্প্ৰতিক অসমীয়া কাব্য সাহিত্যৰ এটা অতি জনপ্ৰিয় নাম নীলিম কুমাৰ। ১৯৬১ চনত জন্ম লাভ কৰা কবিজনে বৰ্তমানলৈকে প্ৰায় হাজাৰৰো অধিক কবিতা ৰচনা কৰিছে। জীৱনৰ ৩৫ বছৰৰো অধিক কাল কাব্য সাধনাৰ সৈতে জড়িত থাকি তেওঁ অসমীয়া কাব্য সাহিত্যক সমৃদ্ধ কৰাৰ লগতে নতুনত্বও প্ৰদান কৰিছে। আধুনিক জীৱনৰ জটিলতাক সৰলতাৰে প্ৰকাশ কৰি তেওঁ অসমীয়া কবিতাক আধুনিকতাৰ এক নতুন মাত্ৰা প্রদান কৰাৰ লগতে শব্দ কথনত চমৎকাৰিতা আৰু বুদ্ধিদীপ্ততাৰো পৰিচয় দিছে। তেওঁৰ দ্বাৰা প্ৰকাশিত কবিতা সংকলন সমূহ হ’ল- ‘অচিনাৰ অসুখ'(১৯৮৫),’বাৰী কোঁৱৰ'(১৯৯০),’পানীত ঢৌ ঢৌবোৰ মাছ'(১৯৯০),’স্বপ্নৰ ৰেলগাড়ী'(১৯৯২),’শেলুৱৈ

Read more

সেইটো সঁচাকৈয়ে ভূত আছিল – বিকাশ শইকীয়া

মেট্ৰিক পাছ কৰাৰ পিছৰে পৰা এক প্ৰকাৰৰ ডেকা ল’ৰা বুলি নিজকে ভবা হৈছো। তেতিয়া আমি ক্ৰিকেট খেলৰ মহাভক্ত। ক’বলৈ গ’লে প্ৰতিটো বল তন্ন তন্নকৈ চাওঁ। চাওঁ মানে গাঁৱৰ সকলো ল’ৰা লগ হৈ একেলগে চাওঁ। অৱশ্যে ইয়াৰ কাৰণ আছিল। আমাৰ গাঁৱত বিজুলী সংযোগ তেতিয়াৰ দিনত হোৱা নাছিল। বেটাৰীত চাওঁ। সকলোৰে ঘৰত টিভিও নাছিল। তদুপৰি একেলগে খেল চোৱাৰ মজাটো সুকীয়া। এদিন এজন বন্ধুৰ ঘৰত খেল চাই আহিছোঁ। খেলৰ শেষত ৰিকি পন্টিং আৰু সৌৰভ গাংগুলীয়ে কি ক’লে তাকো শুনি আহিলো। নহ’লে তিনি আলিত

Read more
1 2 3 4 5 8