বৰ্তমান সময়ত চলি থকা শিক্ষা ব্যৱস্থা আৰু ভৱিষ্যত- অঞ্জলী চুতীয়া শইকীয়া
বৰ্তমান আমি সকলোৱে বিশ্বজুৰি হোৱা এটা মহামাৰীৰ দুৰ্যোগপূৰ্ণ সময় পাৰ কৰি আছোঁঁ৷ গোটেই বিশ্বজুৰি অৰ্থনৈতিক, স্বাস্থ্য, শিক্ষা এই সকলো দিশত সমস্যাৰ সন্মুখীন হৈছে। নিয়মীয়া শিক্ষা প্ৰদান কৰাৰ দিশতো এই মহামাৰী এটা গুৰুত্বপূৰ্ণ সমস্যা হিচাপে দেখা দিছে৷ এই সময়ছোৱাত নিয়মীয়া পাঠদান সম্ভৱপৰ হোৱা নাই৷ গতিকে ছাত্ৰ-ছাত্ৰীসকলে কিদৰে শিক্ষা লাভ কৰিছে এই বিষয়টো এটা চিন্তনীয় হৈছে। অনুষ্ঠানিক শিক্ষা ব্যৱস্থাটো প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়ৰ পয্যায়লৈকে ধৰা হয়। বৰ্তমান সময়ত অনলাইন শিক্ষা ব্যৱস্থাটোৰ যোগেদি সকলো পয্যায়ৰ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিবলৈ বিচৰা হৈছে আৰু কৰা
Read more