ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ
১) গিৰিজানন্দ গোস্বামী : বিয়াত দিয়া বিছনাখন আচলতে কাৰ?? ক) কইনাৰ খ) দৰাৰ গ) কইনাৰ বাপেকৰ উত্তৰ : কাৰো নহয়, সেইখনৰ আচল মালিক উঁইপোক, এদিন নহয় এদিন তেৰাসৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিবই। (খ) হৃদয় কিমান গভীৰ হ’লে একে সময়তে দুই তিনিজনক হৃদয়ত স্থান দিব পাৰি? উত্তৰ : কিমান চাইজৰ মানুহক হৃদয়ত স্থান দিয়া হৈছে, কথাটো তাৰ ওপৰত নিৰ্ভৰ কৰিব। ডাঙৰ চাইজৰ মানুহ হ’লে এখন হৃদয়ত এজনকো জোৰাবলে টান, আনহাতে আমাৰ দৰে সৰু-সুৰা মানুহ হ’লে এখন হৃদয়ত দহজনো সোমাব পাৰে, ঠিক
Read more