ফটাঢোল

“আজি খাম ভালদৰে” – ৰাজশ্ৰী শৰ্মা

RASDS প্ৰডাকচন প্ৰেজেণ্টচ কাহিনী আৰু চিত্ৰনাট্য: ৰাজশ্ৰী শৰ্মা পৰিচালনা: ডলী তালুকদাৰ পৰিকল্পনা: অভিজিত দত্ত পোষ্টাৰ ডিজাইন: ভাস্কৰজ্যোতি দাস আৰু পৰশমনি শৰ্মা অভিনয়ত: অভিজিত দত্ত- এজ মিঃ বৰ্মন কাজলপ্ৰিয়া- এজ হৃষিতা(মিঃ বৰ্মনৰ কন্যা) পূৰ্ণাময়ী মেধি- এজ মিচেছ বৰ্মন ববিতা বৰুৱা- এজ মিচেছ চলিহা তাবিবৰ ৰহমান- এজ মিঃ চলিহা দিম্পল কলিতা- এজ ৰণী ( মিঃ চলিহাৰ পুত্ৰ) বিতুপৰ্ণা- এজ লিজা ( মিঃ চলিহাৰ পুত্ৰী) চুবুৰীয়া মহিলাৰ চৰিত্ৰত: মৌচুমী গগৈ, পৰিস্মীতা গগৈ #প্ৰথম দৃশ্য: হাওৰা ব্ৰিজ৷ বেকগ্ৰাউণ্ডত বাজি থাকিব ৰবীন্দ্ৰ সংগীত “দাড়িয়ে আছ’

Read more

একৈশ শতিকাৰ মোগল ই আজম – ডলী তালুকদাৰ

ডলী ক্ৰিয়েচনৰ পঞ্চম নিবেদন কাহিনী, পৰিচালনা, সংলাপ, সংগীত, নৃত্য পৰিচালনা সাজ-সজ্জাঃ ৰাজশ্ৰী শৰ্মা লাইটঃ হিতেশ বি বৰুৱা কেমেৰাঃ শংকৰ জ্যোতি বৰা মেকআপঃ মন্দিৰা শৰ্মা পোষ্টাৰঃ পৰশমণি শৰ্মা অভিনয়তঃ হেমন্ত খান্না, ৰিণ্টুমণি আদিল হুছেইন, ৰক্তাভ আলম, দেৱজিত মাধৱন, সঞ্জীৱ খান, নীলাক্ষী শেষাদ্ৰী, কাবেৰী কৈৰালা, পৰিস্মীতা কাপুৰ, ডলী দিক্ষীত, সঞ্জীব খান, ভাস্কৰ ৰামপাল, টবিবাৰ সিঙ, ৰিমঝিম ৰীমা শ্বেট্টি৷ অতিথি শিল্পীঃ ববিতা ধীলন, কংকনা পাদুকন ১ম দৃশ্য ভৌতিক পৰিবেশৰ চিন৷ মাজৰাতিৰ সময়৷ চাৰিওফালে ধোঁৱা ধোঁৱা দেখুওৱা হ’ব৷ দূৰত শিয়াল আৰু কুকুৰে একেলগে ৰাউচি

Read more

ফটা পোষ্টাৰ নিকলা হিৰো (দ্বিতীয় ভাগ) – অভিজিত দত্ত

ফটা পোষ্টাৰ নিকলা হিৰো (দ্বিতীয় ভাগ) ফটাঢোল RASDS চিনে প্ৰডাকশ্বনৰ নিবেদন – হোঁকা বুঢ়াৰ মাইচেনা কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা: অভিজিত দত্ত৷ সহঃ পৰিচালনা: ডলী তালুকদাৰ৷ সঙ্গীত পৰিচালনা: ৰামানুজ জি৷ সহকাৰী সঙ্গীত পৰিচালনা: ভাস্কৰজ্যোতি দাস৷ কণ্ঠ: প্ৰৱাল খাটনিয়াৰ আৰু চাবিনা ইয়াচমিন৷ কাষ্টিং ডিৰেক্টৰ: অভিজিত কলিতা৷ একচন: শংকৰজ্যোতি বৰা৷ চাউণ্ড: অলকেশ ভাগৱতী৷ কাৰ্টুন: আৰাধনা বৰুৱা৷ এডিটৰ: দিগন্ত ভট্টাচাৰ্য৷ স্পট বয়: পাৰ্থপ্ৰতিম চৌধুৰী৷ স্পট গাৰ্ল: বৰ্ণালী চৌধুৰী৷ কষ্টিউম: হেমন্ত কাকতি৷ কৰিঅগ্ৰাফী: ডাঃ পাৰ্থ সাৰথি ভূঞা৷ লাইট: ৰিতন বৰুৱা৷ খাদ্য: তবিবৰ ৰহমান৷ ষ্টাণ্টমেন: সুকুমাৰ

Read more

প্লে’-বয় নাম্বাৰ ওৱান – শংকৰজ্যোতি বৰা

  দ্ৰুণ ভিউত বহু ওপৰৰ পৰা দেখা যাব যোৰাবাটৰ অকোৱা পকোৱা ৰাস্তাইদি তীব্ৰ বেগত এখন বাইক নগাঁঁৱৰ দিশত গৈ আছে৷ কেমেৰাই বাইকখন ফল’ কৰিব৷ পাহাৰীয়া ৰাস্তা এৰি সমান ৰাস্তা লোৱাৰ সময়তে চাইদ ভিউত কেমেৰাই বাইক আৰোহীক জুম কৰিব৷ চেহেৰাটো স্পষ্ট হোৱাৰ সময়তে আৰোহীয়ে বাইকৰ আগচকা ওপৰলৈ দাঙি স্পিদ বঢ়াব৷ আগচকা ডাং খাই থকা অৱস্থাতে আৰোহীৰ স্পষ্ট মুখাবয়ৱৰ সৈতে কেমেৰা ফ্ৰীজ হ’ব৷ লগে লগে নেম কাষ্টিং… দিম্পল কাকতি ইন এণ্ড এজ.. “প্লেবয় নাম্বাৰ ৱান” . মিউজিক – সৰু চেকীয়া বেবনি- অলৱেইজ

Read more

চুৰুণী নম্বৰ ৱান – ডলী তালুকদাৰ

ডলী ক্ৰিয়েচনৰ চতুৰ্থ নিবেদন ছবি : চুৰুণী নম্বৰ ৱান পৰিচালনা : ডলী তালুকদাৰ কাহিনী, চিত্ৰনাট্য, সংলাপ, প্ৰযোজনা, একচন, কৰিঅ’গ্ৰাফী : ডলী তালুকদাৰ লাইট : হিতেশ বি বৰুৱা কেমেৰা : দিম্পল কলিতা শব্দযন্ত্ৰী : পাৰ্থপ্ৰতীম শৰ্মা সঙ্গীত পৰিচালনা : হেমন্ত কাকতি অভিনয়ত : বাৰ্বী পূন্নাগ, মনিকা শৰ্মা, পূৰ্ণাময়ী মেধী, কমলা দাস, চিত্ৰলেখা দেৱী, মন্দিৰা শৰ্মা, অভিজিত দত্ত, জিতু শৰ্মা, হৃষীকেশ ডেকা, টবিবৰ ৰহমান, অৰবিন্দ গোস্বামী। আইটেম গাৰ্ল : মৌচুমী গগৈ গ্ৰাফিক্স আৰু পোষ্টাৰ ডিজাইন : পৰশমনি শৰ্মা ১ম দৃশ্য লাইট, কেমেৰা,

Read more

ছবি : বৌম বৌম ভোলে–ডলী তালুকদাৰ

ডলী ক্ৰিয়েচনৰ তৃতীয় নিবেদন ছবি : বৌম বৌম ভোলে পৰিচালনা, প্ৰযোজনা, কাহিনী, চিত্ৰনাট্য, সংলাপ, সঙ্গীত পৰিচালনা, গীতৰ কথা : ডলী তালুকদাৰ সহ পৰিচালনা : অভিজিত দত্ত সহ প্ৰযোজনা : হেমন্ত কাকতি মেকআপ : বাগ্মীতা ৰাজখোৱা বৰকাকতি কণ্ঠ : ৰিমঝিম ৰিমা, অনু্ৰূপ মহন্ত কেমেৰা : ৰিণ্টুমনি দত্ত অভিনয়ত : পাৰ্থপ্ৰতীম শৰ্মা, ৰাজশ্ৰী শৰ্মা, বিজয় মহন্ত, হিতেশ বি বৰুৱা, দেৱজিত শৰ্মা, জিতু শৰ্মা, ইলি তালুকদাৰ, মিনতি মহন্ত মুখ্য ভূমিকাত : ভাস্কৰজ্যোতি দাস আৰু নীলাক্ষী দেৱী ডেকা (শিব আৰু পাৰ্ব্বতীৰ ভূমিকাত) প্ৰথম দৃশ্য

Read more

লুটেৰে নং ১–শঙ্কৰজ্যোতি বৰা

ধিছকিয়াও… ধিছকিয়াও… (শব্দৰ লগে লগে স্ক্ৰীণ পোহৰ হৈ আহিব) শঙ্কৰজ্যোতি বৰা খট-লক, খট- লক… এখন তীব্ৰ বেগী গাড়ীক এটা ঘোঁৰাৰে একেই বেগত পিছা কৰি হাতৰ ৰিভলভাৰেৰে এটাৰ পিছত এটাকৈ গুলী মাৰিছে ডিচিপি হেমন্ত কাকতিয়ে৷ লাহে লাহে গাড়ীৰ লগত দূৰত্ব বাঢ়ি গৈ আছে৷ লগে লগে নেম কাষ্টিং.. ৰাজশ্ৰী ফিল্মছ প্ৰেছেণ্টছ – সঞ্জু ভট্ট ইন এণ্ড এজ “লুটেৰে নম্বৰ ওৱান” মিউজিক – ভাগৱতী, বেবনি – সৰু চেকীয়া, ষ্টৰী, স্ক্ৰীণপ্লে, এণ্ড ডিৰেকছন -“ভাইজী” চিন ওৱান নেম কাষ্টিং শেষ হোৱাৰ লগে লগে দেখা যাব

Read more

330 বালাকোট-দ্যা ৰিভেঞ্জ – ৰামানুজ গোস্বামী

পথৰুঘাট পুলিচ থানা। অ.চিৰ পিছফালে টিকটিকাই থকা ‘এয়াৰচেল’কোম্পানীৰ ঘড়ীটোৱে সকলোকে জনাইছে সময়: নিশা ১০ বাজি ৪০ মিনিট হেলনীয়া চকীত দেহা এৰি দি ভাৰপ্ৰাপ্ত অ.চি.বাঘেশ্বৰ হালৈয়ে সন্মুখৰ আচামী দুয়োটাক তাচ্ছিল্যৰেই গোজৰণি মাৰি সুধিলে- : কি নাম দুইটাৰে? : ছাৰ পৱিত্র বৰা৷ : মোৰ নাম ছাৰ সৎৰাম দাস৷ : হুঁ…..হ্..হ্…! নাম পৱিত্ৰ! সৎৰাম! আৰু ছাগলীচোৰৰ নিচিনা অপৱিত্র অসৎকাম? ইন্সপেক্টৰ বাঘেশ্বৰ হালৈৰ নাম শুনা নাই? : শুনিছোঁ ছাৰ৷ : আৰু নাম শুনিও মোৰ এলেকাত চুৰি? ইমান সাহস? ইমান স্পৰ্ধা? : নহয় ছাৰ; নামটো

Read more

শ্বুটিঙ – ডলী তালুকদাৰ

ছবিৰ কাহিনী, প্ৰযোজনা, চিত্ৰনাট্য, সংলাপ, একচন,সঙ্গীত,কন্ঠ,কৰিঅ’গ্ৰাফ: ডলী তালুকদাৰ। পৰিচালনা: ডলী তালুকদাৰ সহ: পৰিচালনা: দিগন্ত কুমাৰ ভট্টাচাৰ্য কেমেৰা: অনুৰূপ সিং মেকআপ: কাবেৰী মেহেৰা হেয়াৰ ষ্টাইল: মৌচুমী কাপুৰ স্পটবয়: হিতেশ বি কাপুৰ অভিনয়ত: হেমন্ত ভাট,মাধুৰ্য্য খান,দিপাঙ্কৰ দেৱগন,দিম্পল শ্ৰুফ,নীলাক্ষী চাওঁলা,অৰবিন্দ স্বামী,বিজয় খান্না,ৰিন্টুমণি ৰামপাল,পূৰ্নময়ী চাওঁলা। শ্বট ১লাইট,একচন,কেমেৰা… কলেজৰ কমন ৰুম দেখোৱা হ’ব। তাত লুডু খেলি থাকিব ক্ৰমে মাধুৰ্য্য খান, দিম্পল শ্ৰুফ,দিপাঙ্কৰ দেৱগন আৰু অৰবিন্দ স্বামীয়ে।কাষত চানাচুৰ খায় বহি খেল চায় থাকিব বিজয় খান্নাই। কেমেৰা ক্ল’জ আপত বিজয় খান্নাক দেখাব।চানা খোৱাৰ লগতে হাত চেলেকি থকা।তাৰপিছত

Read more

? অগ্নিপুত্র ? – ৰামানুজ গোস্বামী

“কাঠমাণ্ডু টাইগাৰ্ছ” প্ৰডাকশ্যনৰ ৩য় নিবেদন — ? অগ্নিপুত্র ? =========== নৰ্থ কেম্পাছ ; দিল্লী বিশ্ববিদ্যালয়। ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লোৱা ছোৱালীজনী কৰুণ মুখেৰে ঠিয় দি আছে… সন্মুখত ৪-৫ টা মান মস্তান।অৱস্থান : ক’ৰিডৰৰ স্লেৱত আটাইকেইটা বহি লৈছে। – হাঁ ত’ ৱ’ জংলীৱালা ডান্স লগাৱ বেবী! – ন’… একচুৱেলি..আই ন’ অনলি বিহু ডেন্স..আই এম্ ফ্ৰম আছাম..ৱি হেভ্ ডেন্সেছ লাইক্ বিহু,চত্রীয়া.. – আব্বে চোড় বিহু ফিহু.. ছাল্লা ফ্ৰম আছাম!..নৰ্থ ইষ্ট হি হেই না! চ্চ’ল হুলুলুলু…জিংগলা-ফিংগলা কুচ্চ্ ভি চুৰু কৰ.. নৰ্থ ইষ্টাৰ্ণ ছোৱালীজনীৰ অসহায়বোধ

Read more
1 3 4 5 6 7 8