ফটাঢোল

কৌতুক – উৎপলা কৌৰ

শিক্ষক: Table par chai kisne girayee মাতৃভাষালৈ অনুবাদ কৰ ছাত্ৰ: মাতৃভাষা মানে কি চাৰ??? শিক্ষক: মাতৃভাষা মানে নাজান? মাৰৰ ভাষা, মাৰৰ ৷ ছাত্ৰ: অ’ তেনে পাৰিম ছাৰ, শুনক – ইয়ে ৰাম ৰাম, খালে খালে ইহঁতি ঐ তেজপিয়া, জহনিযোৱাহঁত, কোনটোৱে টেবুলত চাহ পেলালি হয়নে??? কালি ধুই আজি সেইখন পাৰিছিলোহে৷ পাবি মজা ৰহ আজি সেইখন তই ধুবি নহলে বাপেৰে৷ কোনোবাদিনা মাৰক কাপোৰ এটা ধুই দি পাইছনে? বাপেৰৰ নিকিনা গোলাম পাইছ??? ☆★☆★☆

Read more

কৌতুক – সঞ্জীব কুমাৰ ভট্টাচাৰ্য

মালতী পেহীৰ ল’ৰা মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম হ’ল, সাংবাদিকে ঘৰ ভৰ্তি কৰিলে। সাংবাদিক : আপোনাৰ ল’ৰা ফাৰ্ষ্ট ষ্টেণ্ড কৰিছে, আপোনাৰ কেনেকুৱা অনুভৱ? মালতী পেহী : ভালেই লাগিছে। সাংবাদিক : ভাল মানে কিমান ভাল? মালতী পেহী : ভাল মানে বহুত ভাল। সাংবাদিক : বাৰু, আপুনিতো তাক সৰুৰ পৰা পাইছে নহয় জানো? মালতী পেহী : সৰুৰ পৰা নাপালোঁ তাক, সি দহ বছৰমান বয়স হোৱাতহে জন্মিছিল। পেহী ৰকড, সাংবাদিক শ্বকড। ☆★☆★☆

Read more

কৌতুক – সোনটো ৰঞ্জন বৰুৱা

এজন পুৰুষে নিজৰ দেৰবছৰীয়া ল’ৰাটো স্কুললৈ আনি আছে৷ ল’ৰাটোৰ কান্দি কাটি অৱস্থা নাই৷ ৰাষ্টাতে গাঁৱৰ বয়োজেষ্ঠ এজনে লগ পাই সুধিলে। : হেৰৌ ইমান কণমানি ল’ৰাটোক কি পঢ়িবলৈ দিয়গৈ৷ : দাইটি কি পঢ়ে নপঢ়ে, তাত মোৰ মতলব নাই৷ মাত্ৰ চৰকাৰে যি কৰিবলৈ কৈছে তাকে কৰিছোঁ৷ : চৰকাৰে আকৌ কি ক’লে? : কৈছে, দুচৰা বচ্চা কৱ, পহলা স্কুল যায়ে তৱ৷ ☆★☆★☆

Read more

কৌতুক – জ্ঞান বৰদলৈ

সন্মুখত এজনী পাতিহাঁহ আৰু কেইগৰাকীমান ফটাঢোলৰ সদস্যৰ মনৰ বিশ্লেষণ তথা প্ৰতিক্ৰিয়া :- বিজয় :- মুখত লেলাৱতী, হাত চিধাই হাঁহৰ নেলুত (মনত ভাব, হে প্ৰভু, আজি আলহী নাহিলেই হ’ল) ৰিন্টুমণি :- তেল কিমান ওলাব বাৰু ! ডা: পাৰ্থ সাৰথি :- কলেষ্টেৰলটো চেক কৰি লওঁ‌। এ. গোস্বামী :- ই চীনা নে দেশী? (জাতীয়তাবাদী ভাৱধাৰা) নিৰ্মালী বৰমুদৈ :- চেল্ফী উইথ কিউট ডাক। ঊষামনি কাকতী :- কলপাত এখন লওঁ‌, ডি.এচ.এল.আৰ. টো বা ক’ত থাকিল ! জ্যোতি ৰূপম :- হাঁহৰ মালিকলৈ এখন চিঠি । খনীন্দ্ৰ

Read more

কৌতুক — ৰিতন বৰুৱা

ট্ৰেফিক পুলিচ : আপোনাৰ গাড়ীৰ কাগজ পত্ৰ আছে নে ? ড্ৰাইভাৰ : আছে । ট্ৰেফিক পুলিচ : লাইচেঞ্চ ? ড্ৰাইভাৰ : নাই ট্ৰেফিক পুলিচ : কিয় ? আপুনি লাইচেঞ্চ নোহোৱাকৈ ৰাজপথত গাড়ী চলাই নীতি বৰ্হিভূত কাম কৰিছে, আপুনি জানেনে ? ড্ৰাইভাৰ : হয় জানো, কিন্তু আপোনাৰ অচিনাকি ভাগিনে মোৰ পইচা বেগসহ লাইচেঞ্চখনো পকেট মাৰি লৈ গ’ল, মই কি কৰো !! ☆★☆★☆

Read more

ৰগৰ – সৌৰভ শৰ্মা

(১) বিশ্বৰ সৰ্বাধিক প্ৰাৱল্যৰ শব্দ :- নাৰীৰ ক্ৰন্দন, (কাৰণ মুখেৰে শব্দ নোলোৱাকৈ চকু চলচলীয়া কৰি সেপ ঢুকিয়েই পুৰুষৰ থৰকাচুতি হেৰাই দিব পাৰে।) (২) সৰ্বাধিক ভয়লগা কথা :- নাৰীয়ে দিয়া অপযশ। (৩) তীব্ৰঘাতি অস্ত্ৰ :- নাৰীয়ে দিয়া গালি-গালাজ। (৪) শক্তিশালী চেঞ্চৰ :- নাৰীৰ চকু। (৫) শক্তিশালী অস্ত্ৰ :- নাৰীৰ নখ, দাঁ‌ত। (৬) সৰ্বাধিক শব্দ প্ৰদূষণ :- নাৰীৰ বাৰ্তালাপ। (৭) বায়ু প্ৰদূষণ :- কচমেটিকেৰে চলা ঠাণ্ডাত গা নোধোৱা নাৰী। (৮) বেক্টেৰিয়া প্ৰদূষণৰ মুল :- নাৰী (নিজৰ লেতেৰা কাপোৰো নুধোৱালৈ আলনাত ৰাখে। কিন্তু

Read more

পৰম জ্ঞান – হিৰণজ্যোতি দাস

পত্নী : তুমিহে কোৱা মই বুঢ়ী হৈছোঁ‌৷ মোৰ আগৰ ৰূপ-সৌন্দৰ্য আৰু নাই৷ কিন্তু তোমাৰ বন্ধু এজনে কালি মোৰ খুব প্ৰসংশা কৰিলে। পতি : ই বেটা ওচমান ভাই হ’ব৷ পত্নী: আৰে হয়তো, তুমি কেনেকৈ জানিলা! পতি: সি আগতে ভঙা-ছিঙা পুৰণি বস্তুৰ ব্যবসায় কৰিছিল। ☆★☆★☆

Read more

কৌতুক – তাবিবৰ ৰহমান

পতি : ৰাতিপুৱাই ৰাতিপুৱাই ভাতৰ লগত শিল পালোঁ। ভগৱানে অমৰা গুটিৰ দৰে ডাঙৰ ডাঙৰ দুটা চকু দিছে। শিলকেইটাও চাউলৰপৰা বাচি উলিয়াব নোৱাৰানে? পত্নী : ভগৱানে আপোনাকো লোৰ দৰে বত্ৰিশটা দাঁত দিছে। শিলকেইটাও চোবাই খাব নোৱাৰেনে? পতি বেহুঁচ, পত্নী খুচ। ☆★☆★☆

Read more

ফুচুৰি – কমল তালুকদাৰ

মালিক = ঐ ৰাম লাল, ৰাতি যে ভূমিকম্প এটা আহিছিল তই গ’ম পাৱ নে নাই? ৰাম লাল = আৰে ক্যা বাত কৰতা হ্যেঁ‌ মালিক, মইটো চাৰা ৰাত জাগি আছে! মোৰ আগত কিনে ভূমিকম ক্যা একটা পৰিন্দা ভি পাৰ হ’ব নেহি পাৰেগা। ☆★☆★☆

Read more

কৌতুক – মনালিছা গগৈ

১/ : অ’ মা অ’ মা৷ কোৱানা মই কেনেকৈ জন্ম হ’লোঁ? : এহহ আহিলা আৰু দেতাই কিনি আনিলে বজাৰৰ পৰা৷ : ইহহ, নকবা সদাই সদাই মিছা কথা৷ সঁচাকে কোৱা মই কেনেকে আহিলোঁ? : বেটা শুনা৷ আজিয়ে ক’ম মনত ৰাখি থ’বা৷ আকৌ ডাঙৰ হ’লেহে বুজিবা আৰু৷ শুনা৷ এবাৰ এটা বাকচত মিঠাই থ’লোঁ ধুনীয়াকে৷ অলপদিন পাছত সেই মিঠাইখিনিৰ লগতে তোমাক পালোঁ৷ ধুনীয়াকে বুজি পালে টিংকুৱে৷ দেউতাকে খাবলে অনা মিঠাই অলপ ৰাখি থৈ দিলে বক্সত৷ এসপ্তাহ মানৰ পাছত তাৰ হঠাতে মনত পৰিল৷ দৌৰি

Read more
1 15 16 17 18 19 32