সম্পাদকীয়–যোগেশ ভট্টাচাৰ্য্য
কিছু আঁত নোহোৱা কথাৰ আঁত ধৰি৷ তৃতীয় শ্ৰেণীৰ শ্ৰেণীকোঠা। বিষয় নীতিশিক্ষা। সময় দুই বাজি পোন্ধৰ মিনিট৷ বাইদেউৰ অলপ টোপনি ধৰা যেন লাগিছে। ধৰিবৰ কথাও। দিনটো চিঞৰি চিঞৰি পাঠদান কৰাৰ পিছত দুপৰীয়া সামান্য অৱসাদ ভাৱ অহাটো স্বাভাৱিক। “তোমালোকে আজি মোক সাধু শুনাব লাগিব। কোনে পাৰিবা হাত ডাঙা।” মই পিছফালে ঘূৰি নাচালোঁ। একেজাঁপে বেঞ্চৰ পৰা উঠি হাত ডাঙি দৌৰি গৈ বাইদেউৰ ওচৰ পালোঁ। সাধু ক’বলৈ ঘূৰি লৈ দেখিলোঁ পোন্ধৰ বিশখন ডাঙি থোৱা হাত লাহে লাহে নামি গৈছে৷ “এটা হৰিণা আছিল আৰু এটা
Read more