DC ৰ বচন – দুলাল চন্দ্ৰ বৰা
১/ ঠাণ্ডা দিনৰ বাথৰুমৰ পানী আৰু নিৰ্বাচনৰ সময়ত নেতাৰ মুখেৰে ওলোৱা বাণী। দুয়োটাই ভয়ানক! ২/ দেৱালীৰ সময়ত জ্বলোৱা চাইনীজ লাইটৰ পোহৰৰ চিকমিকণি আৰু বিবাহিত পুৰুষে, নিজৰ পত্নীৰ সন্মুখত দেখুওৱা দপদপনি৷ সদায়েই ক্ষন্তেকীয়া ! ৩/ সুৰক্ষাৰ বাবে ৰজা ঘৰত Z Plus আৰু প্ৰজাৰ ঘৰত Boro Plus সদায়েই মজুত থাকে! ৪/ Summer চিজনত আম আৰু Winter চিজনত Rum; এই দুটা বস্তুৰ চাহিদা বজাৰত কেতিয়াও নকমে! ৫/ বানপানীত উটি অহা মেটেকা আৰু নিৰ্বাচনত নেতাই বিলোৱা টকা; দুয়োটাই সমাজক ক্ষতি কৰে! ৬/ ডিচকাউণ্ট পাই
Read more