ফটাঢোল

কৌতুক – ভূপালী দেৱী

দুজনী মহিলাৰ কথোপকথন ১ম মহিলাঃ তোমাৰ চুৰিদাৰযোৰ ইমান ধুনীয়া। ক’ৰ পৰা কিনিলা? ২য় মহিলাঃ অ’ ব্ৰাডাৰে যোৱাবাৰ বিহুত গিফ্ট দিছিলে। ব্ৰেণ্ডেড পিচ। ২৫০০ টকা লৈছে হেনো। ইমান দামী কাপোৰ কিনে পাই সি! আপোনাৰ শাৰীখনো বৰ ধুনীয়া৷ দামীযেন লাগিছে। ১ ম মহিলাঃ অঁ এইখন শাৰী হাজবেণ্ডে যোৱা সপ্তাহত গিফ্ট দিলে৷ ডিজাইনাৰ পিচ। ৩০০০ টকা লৈছে হেনো৷ মানে মিষ্টাৰে মাহত চাৰিখন শাৰী গিফ্ট দিয়েই৷ তেনেতে তৃতীয় মহিলা এজনীয়ে ৰাস্তাৰে গৈ থাকোঁতে ১ম মহিলাক উদ্দেশ্যি কৈ গ’ল, : হেৰা, এমাহ আগতে মোৰ পৰা

Read more

কৌতুক : মুকুট ভট্টাচাৰ্য্য

: গুৰুদেৱ, বহুত বিচাৰিও বিয়া পাতিবলৈ এজনী ঘৰ ধৰা ধুনীয়া ছোৱালী নাপালোঁ। ঘৰত মায়ে জোৰ কৰি আছে বিয়া সোনকালে পাতিবলৈ। চেনী খাবলৈ বহুত পাওঁ কিন্তু বিয়া পাতিব পৰা পোৱা নাই। কেনে ছোৱালী বিয়া পাতিবলৈ উপযুক্ত সেইবিষয়ে জ্ঞান দি উদ্ধাৰ কৰক মোক। ডিম্পলৰ কাতৰ বিননি শুনি অচল পানী মটৰ ঠিক কৰি থকা লেতেৰা হাতখনৰে নাকটো মোহাৰি কাকতিদাই গহীন ভাবেৰে ক’লে যে, : এই কৰ’ণা মহামাৰী, লকডাউনৰ সময়ত ঘৰত নাথাকি অদৰকাৰত টলৌ-টলৌকৈ ঘূৰি থকা ছোৱালী বিয়া নাপাতিবা। যাক চৰকাৰে কথা মনাব পৰা

Read more

কৌতুক – ৰিণ্টুমণি দত্ত

১) দেবজিত : বৰঠাকুৰ, এটা কথা কওক! এই আমি পুৰুষ সকলে ক’ৰবালৈ যাব লগা হ’লে দুই মিনিটতে সাজু হৈ যাব পাৰোঁ৷ মহিলাসকলৰ কিয় ১ ঘণ্টা লাগে? আদিত্য বৰঠাকুৰ : বিয়াৰ আগতে নিৰ্বোধৰ দৰে ময়ো একেটা প্ৰশ্নকে কৰিছিলোঁ৷ বিয়াৰ পাছতহে গম পালোঁ, মেগী আৰু বিৰিয়ানী ৰন্ধাৰ মাজত পাৰ্থক্য আছে৷ ২) ৰমেন : মই আপোনাৰ ছোৱালীক ভাল পাওঁ আৰু বিয়া পাতিব বিচাৰোঁ৷ ছোৱালীৰ দেউতাক : মাহে কিমান টকা উপাৰ্জন কৰা? মোৰ ছোৱালীক বৰ আৰামত ডাঙৰ কৰিছোঁ৷ ৰমেন : মাহে ৩১ হাজাৰ টকা৷

Read more

কৌতুক – বিজয় মহন্ত

দেবজিতে বহুতবাৰ ফোন কৰিও ফোনৰ লাইনটো মিলাব নোৱাৰি ইমানদিনে কথাপাতি থকা গৰাকীক মেচেজকে কৰি দিলে “অ’ জান! তোমাক বহুত মিচ কৰিছো৷ তোমাক নাপালে মই সঁচাকৈ মৰি যাম” সিফালৰ পৰা অহা ৰিপ্লাইটোত দেবজিতৰ কোনোমতে হে হাৰ্ট এটেক নহ’ল৷ ৰিপ্লাইটো আছিল” কোন ক’ত মৰিব ওলাইছে? মোৰ মবাইলটো বেয়া হৈ সকলো নম্বৰ নোহোৱা হৈ গ’ল৷” ☆ ★ ☆ ★ ☆

Read more

কৌতুক – পদ্মলোচন ভৰদ্বাজ

বাৰাণ্ডাত বহি মহন্ত দাই বাতৰি কাকত পঢ়ি আছিল৷ মিচেচ মহন্তই চাহ লৈ আহিল আৰু ক’লে, : হে-ৰি চাহ খাওক আৰু এইখন লওক বজাৰৰ লিষ্ট৷  ইমান পৰে তেখেতে চশমাযোৰ খুলি থৈ বাতৰি পঢ়ি আছিল, মিচেচ মহন্তক ওচৰলৈ অহা দেখি চশমাযোৰ পিন্ধি ল’লে আৰু ক’লে, : দিয়া৷ মহন্তনী যোৱাৰ পিছত চশমাযোৰ খুলি থ’লে৷ অলপ পিছত আকৌ ফৰমাইচ লৈ মহন্তনী ওচৰলৈ আহিল৷ তেওঁঁক অহা দেখা পায় গিৰিহঁতে আকৌ চশমাযোৰ পিন্ধি ল’লে আৰু যোৱাৰ পিছত খুলি থ’লে৷ কথাটো মিচেচ মহন্তই মন কৰিলে যে- তেওঁ

Read more

কৌতুক – বন্দিতা জৈন

লকডাউনৰ তিনি মাহ পিছত দুগৰাকী মহিলা লগ হ’ল বজাৰত। কথা পাতি কিমান সময় হ’ল খবৰ নাই৷ এগৰাকীৰ লগত এজন সৰু ল’ৰা  গৈছে৷ বহুত সময় ঠিয় হৈ থকাত আমনি লাগিছেগৈ তাৰ৷ কথা শেষৰখিনি দিলোঁ দেই, প্ৰথম মহিলা : এই বন্ধবোৰ কেতিয়ানো শেষ হ’ব জানো৷ আমনি লাগিছে আৰু৷ ঘৰত কেৱল পাকঘৰটোতে সোমাই ইটো বনোৱা সিটো বনোৱা কৰোঁতে পাৰ হয়। দ্বিতীয় মহিলা : হয় দেই পায়, নক্কব আৰু এই বনোৱা মেলা কাৰবাৰটো৷ কালিয়েই চাওকচোন আমাৰ এওঁ ডেৰ কেজিৰ তাজা ৰৌমাছ এটা লৈ আহিছে৷

Read more

কৌতুক- ৰিণ্টুমনি দত্ত

এখন বাছৰ এজন পুৰুষ যাত্ৰীয়ে এগৰাকী মহিলা যাত্ৰীক কাণতলীয়া চৰ দিয়াৰ মোকৰ্দমা কৰ্টত চলি আছিল। জজ : “তুমি তেখেতক থাপৰ কিয় মাৰিছিলা?” পুৰুষ যাত্ৰী : ” জজ চাহেব এই মহিলাগৰাকী মোৰ কাষতে বহিছিল। কণ্ডাক্টৰজন বাছ ভাৰা ল’বলৈ আহিছিল আৰু তেতিয়া এই মহিলাই ডাঙৰ ভেনিটী খুলিলে, তাৰ পৰা মজলীয়া পাৰ্ছ ওলালে, ডাঙৰ ভেনিটী বন্ধ কৰিলে, মজলীয়া পাৰ্ছ খুলিলে, তাৰ পৰা সৰু পাৰ্ছ এটা ওলালে, মজলীয়া পাৰ্ছটো বন্ধ কৰিলে, এনেকুৱাতে কণ্ডাক্টৰজন সন্মুখৰ ফালে গুছি গ’ল। আকৌ তাই মজলীয়া পাৰ্ছটো খুলিলে, তাত সৰু

Read more

কৌতুক- পদ্মলোচন ভৰদ্বাজ

আবেলি কিনকিনিয়া বৰষুণ দি আছিল।  তাই ফোন কৰি ক’লে “আমাৰ ঘৰলে আহাচোন পটককে!! ঘৰত কোনো নাই আজি!” (মন মে লড্ডু ফুটা !!) চাইকেলখন  লৈ সাউৎকে তিতি তিতিয়ে তাইৰ ঘৰ পালোঁগৈ !! সঁচাকৈ ঘৰত কোনো নাছিল বে..! তলা মাৰি থোৱা আছিল!! তাইলৈ আকৌ ফোন কৰিলো; ক’লে , “”গৰুজনী বান্ধি দিয়াচোন। আমি মামাৰ ঘৰলৈ আহিলোঁ। ঘূৰি যাওঁতে দেৰি হ’ব!!”” মানৱতাৰ ওপৰত বিশ্বাসেই উঠি গ’ল! ☆ ★ ☆ ★ ☆

Read more

কৌতুক- বিজয় মহন্ত

শিক্ষক: কছোন বিজয় আটাইতকৈ পূৰণি জীৱ কোনটো বিজয়: ছাৰ জেব্ৰা শিক্ষক: জেব্ৰা ? কেনেকৈ ? বিজয়: ছাৰ বাকী সকলো জীৱই ৰঙীন, অকল জেব্ৰাহে ব্লেক এন্দ হোৱাইট৷গতিকে জেব্ৰাই আটাইতকৈ পূৰণি জীৱ হব৷ ☆ ★ ☆ ★ ☆

Read more

কৌতুক-কৃষ্ণ দাস

ধপ: তিনি বন্ধু গৌৰী,মাধৱ বিজয় আদ্দা মাৰি আছে৷ গৌৰী: আজিকালি হাঁহৰ তেলেই নাই ঔ, মোৰ আজো ককাহঁতে বোলে আগতে হাঁহ কাটোতে ইমান তেল ওলাইছিলে যে তেলৰ থবৰ কাৰণেই আগতে বেলেগকৈ এটা চৰিয়া লাগে মাধৱ : সেইটোনো কি ডাঙৰ কথা, আমাৰ আজো ককা হঁতে এনেকোৱা হাঁহ পাইছিলে যে হাঁহৰ তেলেৰেই গোটেই গাঁৱৰ একমাহৰ ৰন্ধা বঢ়াৰ কাম চলি যায়৷লগতে বিয়া সবাহো পাতিব পাৰে৷ বিজয়: ধেই সেইটো আৰু কিবা কথা নেকি, মোৰ আজো ককাহঁতে ডেকা কালত এবাৰ বোলে হাঁহ কাটিছিলে, হাঁহৰ তেল নৰখেহে

Read more
1 8 9 10 11 12 32