কৌতুক- মনজীত
লোকেল খাই আমাৰ গাঁৱৰ লিটিকাইৰ মুখৰে যিটো ভকেল ওলায়, বাটৰুৱাই কাণত ধৰি যাব লগা হয়। পিচে সি আত্মনিৰ্ভৰশীল হ’ব নোৱাৰিলে আজিও। সদাই কোনোবা নহয় কোনোবাই খালৰ পৰা দাঙি উঠাই দিব লাগে। ☆ ★ ☆ ★ ☆
Read moreলোকেল খাই আমাৰ গাঁৱৰ লিটিকাইৰ মুখৰে যিটো ভকেল ওলায়, বাটৰুৱাই কাণত ধৰি যাব লগা হয়। পিচে সি আত্মনিৰ্ভৰশীল হ’ব নোৱাৰিলে আজিও। সদাই কোনোবা নহয় কোনোবাই খালৰ পৰা দাঙি উঠাই দিব লাগে। ☆ ★ ☆ ★ ☆
Read moreডাক্তৰ: আপোনাৰ পত্নীৰ ক’ৰণা টেষ্ট নিগেটিভ আহিছে। পতি: তাইৰ কথা নক’ব।তাই মানুহজনীয়েই নিগেটিভ। ☆ ★ ☆ ★ ☆
Read moreঅজিতে আত্মনিৰ্ভৰশীল হ’বলৈ শিকিলে। ৰাতিপুৱাই উঠি চাৰিখন ব্ৰেড ভালকৈ সেকি লৈ সেউজীয়া চাটনিৰে পেট ভৰাই ল’লে। অকণমান পিছত সুবৰ্ণলতা : পাকঘৰত বাতি এটাত জেতুকা পিহি থৈছিলোঁ তুমি দেখিছা নেকি? (আৰু একো নকওঁ, যি হৈছে ৰাইজে নিজেই বুজিব) ☆ ★ ☆ ★ ☆
Read moreজাপানত এক অচিন বেমাৰত গণ্ডাই গণ্ডাই মানুহ মৰি আছে৷ কোনো ডাক্তৰে কোনো বৈজ্ঞানিকে ৰোগটো চিনাক্ত কৰিব পৰা নাই। পৃথিৱীৰ মুধাফুটা ডাক্তৰ আৰু বৈজ্ঞানিকসকলক নিমন্ত্ৰণ কৰা হ’ল৷ নলবাৰীৰ হৈ ধ্ৰুৱ আৰু পাৰ্থ গ’ল ফ্লাইটত। জাপানৰ এয়াৰ পৰ্টত নামিয়েই মৰাশৰ দম দেখি দুয়োজনৰ মুখৰ পৰা আপোনা আপুনি ওলাই গ’ল, “হাউ, এন্কে ফেলে থৈছি…!!!” লগে লগে সিহঁতক বেৰি থকা সাংবাদিকসকলে প্ৰচাৰ কৰি দিলে অসমৰ পৰা অহা দুজন বিখ্যাত বিজ্ঞানীয়ে ৰোগটো চিনাক্ত কৰিছে আৰু ৰোগটোৰ নাম দিছে, ‘এনকে-ফেলাই-টিচ’ ☆ ★ ☆ ★ ☆
Read moreএবাৰ নিশাৰ আহাৰ পৰিবেশন কৰাৰ শেষত হোটেলৰ ৱেটাৰে বৰা ছাৰক সুধিলে, : ছাৰ আৰু কিবা লাগিব নেকি? : ও গুড নাইট। ৱেটাৰেও প্ৰত্যুত্তৰত গুড নাইট কৈ গুছি গ’ল। ইফালে ছাৰে পিছৰ এঘণ্টা মহ থপৰিয়াই থপৰিয়াই বহি থাকিল। নিশাও বহুত হৈছিল, ৰূম চাৰ্ভিছত ফোন কৰি কৰি উত্তৰ নাপায় মোকেই এবাৰ খবৰ এটা কৰি আহিবলৈ ক’লে৷ অভ্যৰ্থনাত গৈ ৱেটাৰজনকে লগ পালোঁ৷ : হৌৰা ৪০৭ ৰ ছাৰে হেনো গুড নাইট এটা দিবলৈ কৈছিল হে, কিয় এতিয়ালৈকে দিয়া নাই? : এ ছাৰ মই আকৌ
Read moreবন্ধু: তোৰ ব্ৰেকআপ কেনেকৈ হ’ল৷ সকলোতো ঠিকেই চলি আছিল! মই: তাই কৈছিল “মই অন্যতকৈ বহুত বেলেগ “, আৰু মই পাগলে চকলেটৰ জেগাত চিগাৰেট দি দিছিলোঁ হাতত৷ ☆ ★ ☆ ★ ☆
Read more(১) কিছুদিনৰ আগৰ কথা। দিল্লীলৈ কিবা কামত যোৱা কৃপাল সিং ৰাতিৰ ৰেলত ঘূৰি আহি ৰাতিপুৱা অমৃতছৰৰ ঘৰ পালেহি। পত্নীয়ে সুধিলে, : যাত্ৰা কেনে আছিল! সিংজীয়ে উত্তৰ দিলে যে, : একেবাৰে বেয়া, গোটেই ৰাতি টোপনি নাহিল, ওপৰৰ বাৰ্থত চিট পালে, বতাহ নাই, ৰাতিটো অশান্তিত গ’ল। পত্নীয়ে বোলে, : তলৰ বা মাজৰজনক ৰিকুৱেষ্ট কৰি চিটটো সলাই ল’ব পাৰিলে হয়! সিংজীয়ে বোলে, : তাকেইতো ময়ো ভাবিছিলোঁ, কোনো ষ্টেছনত ট্ৰেইনখন ৰ’লেই মই উঠি চাই আছিলোঁ, পিচে শেষলৈকে সেই দুটা চিটত কোনোৱেই নাহিল, কাক ৰিকুৱেষ্ট
Read moreলকডাউনত হাজৰিকাৰ এই ঘৰ-টিভি-চোতাল কৰি কৰি আমনি লাগি গৈছে! কি খন যে হৈছে, কিহে যে পাইছে ! কথাবোৰ ভাবি হাজৰিকাৰ মূৰ গৰম হৈ যায় । চোতালত পায়চাৰি কৰি থাকোঁতে দেখিলে সিফালৰ পৰা বিহাৰী গামোচাৰে পাগ মাৰি, লুঙী পিন্ধি ডাড়ি চুলিৰে ভোবোকাৰ হোৱা পাচলি বেপাৰি এটাই ঠেলাত পাচলি আনি আছে । পাচলি বেপাৰিক দেখি হাজৰিকাৰ মুৰত এটা বুদ্ধি খেলালে। ” ঐ চবজিৱালা চাওঁ”। “কি ল’ব চাহাব?” চবজিৱালাৰ ওচৰলৈ গৈ হাজৰিকাই ফুচফুচাই ক’লে, ” তই মোৰ ঘৰতে অকমান টিভি চা, মই থেলা
Read moreকেনেকৈ গঢ় লয় কোনেও নাজানে। কিন্তু তুফানৰ মুদ্রাদোষবোৰ বদলি হৈ থাকে। আগতে কথাৰ মাজত কৈছিল – “বহৌত বঢ়িয়াঁ”৷ সোমৰসৰ বাতিটো লৈ সাপ্তাহিক বজাৰৰ মানুহ গৰাকীক দিলে কৈ – “বহৌত বঢ়িয়াঁ”। স্মশানলৈ নিবলৈ খৰি আনিব দিলে৷ দুখতে ক’লে – “বহৌত বঢ়িয়াঁ”। মনে খোৱা এজনীক মনে মনে অনিৰুদ্ধই নিলে৷ খঙতে ছোৱালী বাপেকৰ মুখৰ আগতে দিলে কৈ – “বহৌত বঢ়িয়াঁ”। তাৰ পাছত আহিল – “এই ডাবাং”৷ যোনে যি নকওক – “এই ডাবাং”৷ “মাৰ গা বেয়া, ব’ল চোন চিভিলৰ পৰা আহোঁ ” ” এই
Read moreজী জোঁৱাই লক ডাউনত শহুৰৰ ঘৰত ( এজনৰ মতে ফচিল, এজনৰ মতে সৌভাগ্য)। যিজনে ছোৱালী নিয়া গম পাই লগৰ পুৰণি ফাইল গোটাই এটা ভাটীৰ সকলো উদং কৰি, জোঁৱাইক পিহি পেলাবলৈ শপত লৈছিল, তেৱেঁই এতিয়া জোঁৱাইক বাৰী ঘৰ দেখুৱাইছে। “বুইছা জোঁৱাই লক ডাউন জেঠ আহাৰত হোৱা হ’লে এই টিলিকি আমজোপা খাই যাব পাৰিলা হেতেন। আমাৰ মাজনী আকৌ সৰুৰে পৰা খেলা ধুলা নাচ গান ফৰ্মুটি মৰাত এনে পাকৈত। তাই দুটা ডালৰ মাজেৰে ফৰ্মুটি মাৰি পছন্দৰ আম পাৰিব পাৰে। বৰ হাত পোন, বৰ
Read more