ইমৰাণ শ্বাহৰ সৈতে অন্তৰংগ আলাপ
আমাৰ ফটাঢোল গোটৰ সৌভাগ্য যে, এই মাহৰ অতিথি হিচাপে আমি আমাৰ মাজত পাইছোঁ ৰামধেনু যুগৰ পৰা অসমীয়া সাহিত্যৰ সাৰুৱা পথাৰখন একেৰাহে শস্য শ্যামলা কৰি অহা একধাৰে কবি, গল্পকাৰ, ঔপন্যাসিক শ্ৰীযুত ইমৰাণ শ্বাহদেৱক। ২০১৩ চনৰ পৰা ২০১৫ চনলৈ সভাপতি হিচাপে অসম সাহিত্য সভাৰ মঞ্চ শুৱনি কৰা, ২০২১ বৰ্ষৰ পদ্মশ্ৰী বঁটা প্ৰাপক শ্বাহদেৱৰ লগত আমি বহুদিনৰ পৰাই আমাৰ আলোচনীৰ সাক্ষাতকাৰৰ বাবে যোগাযোগ কৰি আছিলোঁ যদিও বিভিন্ন অসুবিধাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল। এই মাহৰ আৰম্ভণিতে ফটাঢোলৰ হৈ জীমণি গগৈ আৰু ভাস্কৰজ্যোতি
Read more