ফটাপ্ৰশ্ন
১) জয়ন্ত গগৈ : চাহৰ লগত দিয়া মচমচিয়া বিস্কুট চাহপানীত ডুবাই সেমেকাই খোৱা আৰু এনেয়ে সেমেকি থকা বিস্কুট চাহৰ লগত খোৱাৰ মাজত কি পাৰ্থক্য আছে বাৰু ? উত্তৰঃ- পানী আৰু চাহ খোৱাৰ মাজত যি পাৰ্থক্য, সেয়াই। ২) সঞ্জীৱ কুমাৰ মহন্ত : বুজাই দিয়ক “আনন্দৰ ঠিকনা নোহোৱা হোৱা”.. উত্তৰঃ- ঠিকনাবিহীন ভাৱে য’ৰ ত’ৰ পৰা আনন্দৰ উৎস আৰম্ভ হোৱা। ৩) দিলীপ আৰ কাকতি : শিক্ষয়িত্ৰী বা মহিলা বিষয়া, কৰ্মচাৰী সকল যদি বাইদেউ হয় তেনেহ’লে শিক্ষক বা পুৰুষ বিষয়া কৰ্মচাৰী সকল কিয় দাদা
Read more