ফটাপ্ৰশ্ন
১) যদুমণি হাজৰিকা : ফটহুকাই, মোৰ একাউণ্টৰ ভিতৰুৱা পোষ্টততো আজিলৈকে একো এটা ৰিয়েক্ট নকৰা, আন নালাগে ফটো এখনতো লাইক এটা দি নোপোৱা অথচ নিয়মিত অনলাইন দেখা বন্ধুতালিকাৰ বন্ধুজনৰ এনে ব্যৱহাৰ বা চুপচাপৰ মনঃস্তত্ত্বটো কি? উত্তৰ : তেৰা ফেচবুক চেলব্ৰিটি চাগে, চেলিব্ৰিটিসকলে নিজে কিমান লাইক, কমেণ্ট পাইছে, তাৰ হিচাপতহে ব্যস্ত থাকে। আনৰ পোষ্ট চাবলৈ সময় নেপায়। ২) গীতিমল্লিকা গগৈ : এহাল সুখী বা সকলো ফালে পাৰ্ফেক্ট বুলি ভবা পৈ-ঘৈণীক দেখিলে মানুহে কেলেই “পাভযোৰা” বুলি কয় নো? শিঙিযোৰা, গৰৈযোৰা, পুঠীযোৰা, ভেচেলীযোৰা…..ও ক’ব
Read more