প্ৰিয়া মোৰ – প্ৰণীতা গোস্বামী বৰঠাকুৰ
বীৰেণ এইবাৰ বন্ধত গাঁৱৰ ঘৰলৈ গৈছিল। পথাৰত ৰোৱনীৰ হাঁহিৰ খিলখিলনি শুনি বীৰেণৰ কলিজাতো সুহুৰীৰ লহৰ উঠিল। মনৰ দাপোনত প্ৰেয়সীৰ ছবি আঁকি, বীৰেণৰ কাপেৰে নিগৰিল এটি ফটা প্ৰেমৰ কবিতা পাবানে এধানিমান তুমি সুখৰ আলয় থ’বাচোন মোলৈও তাতে এখুদমান পোহৰ তোমাকেই সঁপিলোঁ মোৰ অভিমানী মন, সযতনে ৰাখিবা তুমি, নাই অকণো ভয়। তুমিয়েই মোৰ গীত তুমিয়েই মোৰ চিত তুমিয়েই মোৰ উশাহ তুমিয়েই মোৰ আকাশ—- তুমিয়েই মোৰ ভাষ্য তুমিয়েই মোৰ ভাগ্য তুমিয়েই মোৰ বাঁহী তুমিয়েই মোৰ হাঁহি—- তুমিয়েই মোৰ সুৰৰ লহৰ তুমিয়েই মোৰ
Read more